Browsing Tag

SOCIALMEDIABLOCK

”নেপাল চৰকাৰৰ নাটকীয় সিদ্ধান্ত: ফেচবুক-ইউটিউবসহ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ”

নেপালত এক নাটকীয় সিদ্ধান্ত। কে.পি. শৰ্মা অলীৰ নেতৃত্বাধীন চৰকাৰে বৃহস্পতিবাৰে (৪ ছেপ্টেম্বৰ, ২০২৫) ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), ইনষ্টাগ্ৰাম, ইউটিউবক ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰে কৈছে যে