Browsing Category

ENTERTAINMENT

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই…

অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান

মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি…

এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা

১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য…

আজি পবিত্ৰ ৰাখী বন্ধন

ৰক্ষাবন্ধন অথবা ৰাখীবন্ধন হৈছে ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি ভগ্নী-ভ্রাতৃত্বৰ বন্ধনক প্ৰতিফলিত কৰে। "ৰক্ষা" অৰ্থাৎ সুৰক্ষা আৰু "বন্ধন" অৰ্থাৎ বান্ধ — এই দুয়ো শব্দ মিলি ৰক্ষাবন্ধন হৈছে ভাতৃ-ভগ্নীৰ পৰস্পৰৰ প্ৰতি স্নেহ, মৰম আৰু…

আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উদ্বোধন

ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহৰ দ্বাৰা আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি । এই প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই…

কেইবাজনো অসম সন্তান জিলিকিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত

শুকুৰবাৰে ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিভিন্ন শিতানৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শুকুৰবাৰে নতুন দিল্লীত এখন সংবাদমেলযোগে বিজয়ীসকলৰ…

ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ আখ্যা ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এক পোষ্টযোগে ভাৰতৰ উচ্চ শুল্ক আৰু ৰাছিয়াৰ সৈতে ঘনিষ্ঠ বাণিজ্যিক সম্পৰ্কক লৈ তীব্ৰ সমালোচনা কৰে। ৰাছিয়াৰ পৰা ভাৰতৰ তেল আৰু অস্ত্ৰ ক্ৰয় অব্যাহত থকাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি ড’নাল্ড…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা…

ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ

নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ…

ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ…