“তীব্ৰ প্ৰতিবাদৰ মাজত নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. অলীৰ পদত্যাগ”

নেপালত পুনৰ এটা বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন। প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলীয়ে পদত্যাগ কৰে। চৰকাৰৰ নিৰ্দেশত সংঘটিত হোৱা দমন কাৰ্য্যত অন্ততঃ ২২ জন লোকৰ মৃত্যুৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিবাদ পুনৰ জ্বলিবলৈ ধৰাত এই পদক্ষেপ ল’ব লয় বাধ্য হয়। …

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ…

বিশ্বাস, ইতিহাস আৰু জ্যোতিৰ্বিজ্ঞানৰ এক অনন্য মিলন নৱগ্ৰহ মন্দিৰ

মহানগৰৰ চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ কেৱল এক ধৰ্মীয় তীৰ্থস্থানেই নহয়, ই অসমৰ ঐতিহ্য, জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাসৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। প্ৰতিদিনে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহি নৱগ্ৰহৰ আশীৰ্বাদ বিচাৰে। এই…

চুটি ছবি ‘আৱেগ’ আৰু ‘কালবৈশাখী’ৰ শুভমুক্তি

আৰ চি প্ৰডাকচনৰ দুখন চুটি ছবি ‘আৱেগ’ আৰু ‘কালবৈশাখী’ৰ শুভমুক্তি।আৰ চি প্ৰডাকচনৰ নিবেদনত শুভমুক্তি লাভ কৰিলে দুখন চুটি ছবি ‘আৱেগ’ আৰু 'কালবৈশাখী। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ছবিদুখনৰ শুভমুক্তি সম্পন্ন হয়। শুভমুক্তি অনুষ্ঠানত…

অসমৰ পৰ্যটন ক্ষেত্ৰ

প্ৰাকৃতিক সৌন্দৰ্য, সমৃদ্ধ ইতিহাস, বৈচিত্ৰময় সংস্কৃতি আৰু বিশ্ববিখ্যাত বন্যপ্ৰাণীৰে সমৃদ্ধ অসম। হিমালয়ৰ পাদদেশৰ পৰা ব্ৰহ্মপুত্ৰৰ বিশাল বুকুলৈকে বিস্তৃত এই ৰাজ্যই দেশ-বিদেশৰ পৰ্যটকৰ বাবে এক অনন্য গন্তব্যস্থান। পৰ্যটনৰ ক্ষেত্ৰত অসমে…

বানাক্ৰান্তৰ কাষত D News, D Northeast আৰু PEWS Group of Institutions

বানৰ কালৰূপত শিৱসাগৰত বিপৰ্যস্ত জনজীৱন, বানাক্ৰান্তৰ কাষত D News, D Northeast আৰু PEWS Group of Institutions শিৱসাগৰত বানৰ কালৰূপে তচনচ কৰি পেলাইছে বহু পৰিয়ালৰ স্বাভাৱিক জীৱন। বানৰ পানীয়ে কোনো পৰিয়ালৰ মূৰৰ ওপৰৰ চালিখনেই কাঢ়ি নিছে,…

স্বৰ্গদেউসকলৰ পবিত্ৰ শয়নাগাৰ ‘চৰাইদেউ মৈদাম’

আপুনি পৰম্পৰাগত মাটি, ইটা আৰু চুনৰ অপূৰ্ব নিৰ্মাণ দেখিছেনে ?যি পূৱৰ পিৰামিড’ হিচাপে প্ৰখ্যাত!আহোম স্বৰ্গদেউসকলৰ পবিত্ৰ শয়নাগাৰ ‘চৰাইদেউ মৈদাম’।৬০০ বছৰীয়া আহোম ৰাজবংশৰ সুকীয়া পৰম্পৰাৰ অমৰ সাক্ষী। অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ…

কটন কলেজলৈ ১০০ কোটি টকাৰ পেকেজ

১২৫ বছৰত ভৰি দিয়া কটন কলেজলৈ (পাছলৈ কটন বিশ্ববিদ্যালয়) আগবঢ়োৱা হৈছে এশ কোটি টকাৰ অনুদান। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…