ফটোৱে কথা কয় ।ফটোৱে ধৰি ৰাখে সময়;ফটোৱে সৃষ্টি কৰে ইতিহাস ।

আজি বিশ্ব ফটোগ্ৰাফী দিৱস। ফটোৰ গুৰুত্ব সকলোৰে জীৱনত অতি বিশেষ । কাৰণ ফটোগ্ৰাফেই হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি আমাৰ ইতিহাসত উকি মাৰিব পাৰো । দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ…

আজি ৰাখীবন্ধন । প্ৰত্যেকজন ভাতৃ ভগ্নীৰ বাবে এক বিশেষ দিন ।

ৰাখীবন্ধন প্ৰতিজন ভাৰতীয়ৰ বাবে এক আদৰৰ দিন কিয়নো ই ভাই-ভনীৰ মাজৰ বান্ধোনক উদযাপন কৰাৰ দিন । প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ভাতৃ ভগ্নীৰ সকলৰ মাজত ৰাখীবন্ধন পালন কৰা হয় । এই উৎসৱৰ শিপা প্ৰাচীন পৰম্পৰাৰ সৈতে নিহিত হৈ আছে ।…

আৰ জি কৰ কাণ্ড ! দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ পশ্চিমবংগ আৰক্ষী ।

সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ। এই চাঞ্চল্যকৰ ঘটনাই স্তম্ভিত কৰি তুলিছে দেশবাসীক। কলকাতাৰ এই জঘন্য অপৰাধক…

কলকতাত চিকিৎসকক ধৰ্ষণ: ন্যায় বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ চিকিৎসাকৰ্মীৰ

বৰ্বৰ, অমানৱীয়, নাৰকীয় । বৰ্ণনাৰ বাবে শব্দৰ অভাৱ হোৱা দেশ কপাই যোৱা এক পাষৱিক কাণ্ড । প্ৰথমে ধৰ্ষণ, তাৰপিছত হত্যা । কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হস্পিটেলত বুধবাৰে নিশা সংঘটিত হয় এক হিংসাত্মক ঘটনা । ৯ আগষ্ট তাৰিখে নিশা…

আপোনাৰ কি ৰাশি? শাওণৰ মাহত এই তিনিটা ৰাশিৰ বাবে অতি শুভ ।

২৯/০৭/২০২৪: হিন্দু পঞ্জিকা অনুসৰি শাওন মাহৰ কৃষ্ণ পক্ষৰ একাদশীক কামিকা একাদশী বুলি কোৱা হয়।দেৱশয়নী একাদশীৰ পৰা বিষ্ণু ভগৱান টোপনি যোৱাৰ পিছত প্ৰথম একাদশী কামিকা আৰু ইয়াৰ গুৰুত্বও আছে কাৰণ ই ভগৱান শিৱৰ প্ৰিয় শাওন মাহত পৰে। এইবাৰ এই…

আহোম ৰাজত্বৰ সাক্ষী চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি।

২৬/০৭/২০২৪: অসমৰ বাবে এক ঐতিহাসিক দিন।বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে।নতুন দিল্লীত আনুষ্ঠানিক ঘোষণা UNESCOৰ আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল…

লখিমপুৰ লালুকত পথ দূঘৰ্টনাত এজন নিহত

২২/০৭/২০২৪:আজি লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ডুবিত এক দূঘৰ্টনা সংঘটিত হয়।লখিমপুৰ দিশৰ পৰা আহি থকা এখন অচিনাকী চাৰিচকীয়া বাহনে ১৫ নং ৰাষ্টীয় ঘাইপথেদি খোজকাঢ়ি আহি থকা এজন ব্যক্তিক খুণ্ডিয়াই পলায়ন কৰে বাহন খনে।জানিব পৰা অনুসৰি মৃত…

প্ৰতিবাদত জ্বলিছে বাংলাদেশ, কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ।

২০/০৭/২০২৪:প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি সান্ধ্য আইন জাৰি কৰাৰ সময়তে এতিয়ালৈকে কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে lবাংলাদেশৰ ঢাকাৰ ৰামপুৰা অঞ্চলত চৰকাৰী চাকৰিত কোটা সংৰক্ষণক লৈ বিৰোধী সমৰ্থকৰ সৈতে আৰক্ষী আৰু আৱামি…

নাজিৰাত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালা ।

০৭/১৯/২০২৪:ব্ৰেইন এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালাব্ৰেইন।এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ব্ৰেইন এক্সিলেন্স…

ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল!

১৭/০৭/২৪: ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল! এইসমূহ ফল খালেই দেহত বাঢ়িব ছুগাৰৰ মাত্ৰা! অবহেলা কৰিলেই আহিব ডাঙৰ বিপদ ডায়েবেটিচ এনেকুৱা এটা সমস্যা যিটোৱে আনএকাধিক স্বাস্থ্যজনিত সমস্যা দিয়ে।। কোনটো ফল কিমান পৰিমাণে খাব লাগে সেইটোৱো…