Author
admin 240 posts 0 comments
আৰ জি কৰ কাণ্ড ! দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ পশ্চিমবংগ আৰক্ষী l
সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ। এই চাঞ্চল্যকৰ ঘটনাই স্তম্ভিত কৰি তুলিছে দেশবাসীক। কলকাতাৰ এই জঘন্য!-->!-->!-->…
আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি
সত্ৰপীঠ মাজুলীত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভা সমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মোৎসৱ। উজনি মাজুলী!-->…
নেপালত ৭.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প
আজি পুৱা নেপালত অনুভূত হয় প্ৰবল ভূমিকম্পৰ জোকাৰণি । এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক ।
বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ আৰু মণিপুৰতো পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ!-->!-->!-->…
ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ
চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ। চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ লগে লগে বিশ্বজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিভিন্ন ধৰণে!-->…
সুন্দৰপুৰ কেঅ’ছলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা ঘোষণা
নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীলৈ আহিল এক ভাল খবৰ। ঘোষণা হ'ল ২০২৪বৰ্ষৰ সপ্তম শৈলধৰ বৰুৱা FILMS AWARDS।শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে সুন্দৰপুৰ কেঅ'ছ ছবিখনে। এক হৃদয়স্পৰ্শী কাহিনীৰে ২০২৪চনৰ ২৫ অক্টোবৰত অসমৰ ছবিগৃগত শুভমুক্তি লাভ কৰিছিল ছবিখনে।!-->…
দেশৰ প্ৰথম ১০ জন ধনাঢ্য মুখ্যমন্ত্ৰী
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, যাৰ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকাতকৈ অধিক। ইয়াৰ বিপৰীতে পশ্চিম বংগৰ মমতা বেনাৰ্জী সৰ্বনিম্ন ধনী, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫ লাখ টকা বুলি সোমবাৰে এছ’চিয়েশ্যন!-->…
আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি
আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি ।
১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ!-->!-->!-->…
আজি বিখ্যাত উদ্যোগপতি প্ৰয়াত ৰতন টাটাৰ জন্মবাৰ্ষিকী
মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় তিনি মাহ পাৰ হ'ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ব্ৰিজকেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে ।
!-->!-->!-->…
আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস
আজি অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম সাহিত্য সভাই অতিক্ৰম কৰিলে ১০৮টাকৈ বছৰ । ১৯১৭ চনত স্থাপিত অসম সাহিত্য সভাত বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু!-->!-->!-->…