Browsing Category
ASSAM
কটন কলেজলৈ ১০০ কোটি টকাৰ পেকেজ
১২৫ বছৰত ভৰি দিয়া কটন কলেজলৈ (পাছলৈ কটন বিশ্ববিদ্যালয়) আগবঢ়োৱা হৈছে এশ কোটি টকাৰ অনুদান। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব!-->!-->!-->…
ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ ৮০ বছৰ
ফুলগুৰিৰ পৰা কনকলতালৈ—সংগ্ৰামৰ এক অমৰ ইতিহাস।স্বাধীনতাৰ ৮০ বছৰ,শ্বহীদৰ ত্যাগত গঢ়া এখন স্বাধীন দেশ।ভাৰতীয় ইতিহাসৰ এক গৌৰৱোজ্জ্বল দিন। ১৯৪৭ চনৰ এই দিনটোতেই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। কিন্তু এই স্বাধীনতা কোনো সহজলভ্য!-->…
প্ৰাচীন ঐতিহ্য আৰু আধ্যাত্মিকতাৰ অমৰ সাক্ষী!
দশম-চতুৰ্দশ শতিকাৰ অপূৰ্ব শিলৰ স্থাপত্য! প্ৰকৃতি, ইতিহাস আৰু সংমিশ্ৰিত বিশ্বাস!অৰুণাচল-অসম সীমান্তৰ পবিত্ৰ ‘মালিনী থান’।অসম-অৰুণাচল সীমান্তৰ সেউজীয়া নিৰিবিলি পৰিৱেশৰ মাজত, ইতিহাস আৰু পৌৰাণিক মহিমাৰে উদ্ভাসিত হৈ আছে এক পবিত্ৰ!-->!-->!-->!-->!-->…
অসমৰ ইতিহাস আৰু ঐতিহ্যৰ এক অনন্য নিদৰ্শন সূৰ্য পাহাৰ
৯৯,৯৯৯টা শিৱলিংগৰ জনবিশ্বাস "দ্বিতীয় কাশী" হিচাপে পৰিচিত এই সূৰ্য পাহাৰসূৰ্য পাহাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সূৰ্য উপাসনাৰ স্থান। অসমৰ গোৱালপাৰা জিলাত অৱস্থিত সূৰ্য পাহাৰ—এনেকুৱা এখন ঐতিহাসিক তথা প্ৰত্নতাত্ত্বিক স্থান, য'ত একেলগে!-->!-->!-->…
Assam flood death toll reaches 98, over 1.55 lakh people affected
Guwahati, Aug 8 : Assam’s flood death toll has climbed to 98, while the number of affected districts came down to 13 on Friday, August 7, according to the latest data released by the Assam State Disaster Management Authority (ASDMA).
!-->!-->!-->…
পানীত আৰ্চেনিক নীৰৱ বিষ
মাৰাত্মক ৰোগৰ সৃষ্টিৰ কাৰক।পানী হৈছে জীৱনৰ আধাৰ। কিন্তু এই জীৱনদায়ী পানীয়েই যদি বিষত পৰিণত হয়, তেন্তে সেয়া চিন্তাৰ বিষয়। পানীত আৰ্চেনিকৰ উপস্থিতি আজিও বহু অঞ্চলৰ বাবে এক গুৰুতৰ জনস্বাস্থ্য সমস্যা। আৰ্চেনিক হৈছে প্ৰাকৃতিকভাৱে!-->!-->!-->…
‘No Need to Seek Relief From UK, US’: Assam CM on Meghranjani Medhi’s London Fundraiser
Guwahati, August 7: Assam Chief Minister Himanta Biswa Sarma on Thursday, August 6, criticised an overseas fundraising initiative organised by Assamese actor and Kathak dancer Meghranjani Medhi in London to support families affected by the!-->…
আপোনালোকে বাৰু জানেনে এইবিধ উপাদানৰ ঔষধি গুণ
আদা, সোৱাদৰ লগতে স্বাস্থ্যৰো সহায়ক।ৰন্ধনশালাৰ এক অতি পৰিচিত উপাদান হৈছে- আদা। কিন্তু কেৱল খাদ্যৰ সোৱাদ বা সুগন্ধ বৃদ্ধি কৰাই নহয়, বহু স্বাস্থ্যগুণেৰে ভৰপূৰ এই আদা বহু যুগ ধৰি আয়ুৰ্বেদ আৰু বনৌষধত ব্যৱহাৰ হৈ আহিছে। কাহ-চৰ্দি, ডিঙিৰ!-->!-->!-->…
জাতিংগা এক বাকৰুদ্ধকৰ পাৰিৱেশিক পৰ্যটন কেন্দ্র
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম। কিন্তু এই অসমতেই এনে এক ঠাই আছে, যি ঠাইক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীৰ অন্তহীন কৌতুহল। প্ৰতিবছৰে মৌচুমীৰ শেষৰ পফালে, বিশেষকৈ শৰৎ কালৰ অমাৱস্যাৰ কুঁৱলীৰে আৱৃত ৰাতিবোৰত ইয়ালৈ উৰি!-->!-->!-->…
কৰ দিব নলগা এখন ৰাজ্য
এই কৰ ৰেহাই কোনো নতুন চৰকাৰী আঁচনি নহয়।আপুনি জানেনে, ভাৰতত এনে এখন ৰাজ্য আছে, য'ত অধিকাংশ বাসিন্দাই কৰ দিব নালাগে? সেই ৰাজ্যখন হৈছে ছিকিম। বিশেষ সাংবিধানিক ব্যৱস্থা আৰু কৰ আইন, ১৯৬১-ৰ ধাৰা 10(26AAA)অনুসৰি ছিকিমৰ যোগ্য স্থানীয়!-->!-->!-->…