সপ্তাহযোৰা কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক

কাশ্মীৰত জেদ-মৰ্থ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ১০.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰি সোণামাৰ্গলৈ ৰাওনা হয় । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাত ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জেদ-মৰ্থ সুৰংগ উদ্বোধন কৰি সোণামাৰ্গ

প্ৰয়াগৰাজত আজিৰে পৰা মহা কুম্ভ মেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহা কুম্ভ মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি পৌশ পূৰ্ণিমাৰ প্ৰথম স্নান। ১২ কিলোমিটাৰ অঞ্চল জুৰি নিৰ্মাণ কৰা স্নান ঘাটবোৰলৈ ভক্তৰ লানি নিচিনা সোত বৈছে। সংগমলৈ যোৱা সকলো প্ৰৱেশ পথতে ভক্তৰ ভিৰ। বাছ

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যিক কৰ্মচাৰী সকললৈ সুখবৰ।

অসমক আন্দোলন বিৱৰ্জিত পৰিৱেশৰ প্ৰয়োজনৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী বাতৰিকাকত NEW YORK TIMESয়ে বিশ্বৰ ৫২ পৰ্যটনক্ষেত্ৰৰ অসমক চতুৰ্থ স্থানত ৰখালৈ এই ক্ষেত্ৰত ৰাজ্যবাসীলৈ অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

চৌদি আৰৱত বানৰ বিভীষিকা

ধাৰাষাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে চৌদি আৰৱত । সোমবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহুকেইখন চহৰত বানৰ সৃষ্টি হৈছে । প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিৰ লগতে হোৱা প্ৰচণ্ড বৰষুণে স্থানীয় বাসিন্দাৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মাইছে । এই বৰষুণৰ

বুলেট-প্ৰুফ গ্লাচেৰে পুনৰ মেৰামতি গেলেক্সি এপাৰ্টমেণ্টৰ

ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই