Browsing Category
ENTERTAINMENT
মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা
চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?!-->…
চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত!-->…
সদনৰ মজিয়াত জেওৰা-জপনা, ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতা বিৰোধীৰ
২১ মার্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা অভব্য আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী । বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে সদনৰ উত্তাল কৰি তোলে । নিৰাপত্তা বিচাৰি!-->!-->!-->…
আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী
শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে!-->…
আজিৰ পৰা আৰম্ভ IPLৰ অষ্টাদশ সংস্কৰণ, কলকাতাৰ ইডেন গাৰ্ডেনত IPLৰ উদ্বোধনী অনুষ্ঠান
আজিৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব IPL ২০২৫ৰ প্ৰথমখন মেচ । মেচৰ পূৰ্বে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে IPL ৰ অষ্টাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান । সন্ধিয়া ৭বজাৰ পৰা!-->!-->!-->…
উত্তৰ পূৱৰ এগৰাকী কণমানিৰ প্ৰতিভাই মুহিলে অমিত শ্বাহক
শনিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিছ একাডেমী উদ্বোধন কৰি পোনে পোনে মিজোৰামৰ আইজললৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আইজলত অনুষ্ঠিত Assam rifles ৰ কেম্প স্থানান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানতে!-->…
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ বৰ্ণাঢ্য উদযাপন
অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই!-->…
স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা
চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ।
৯০ দশকৰ!-->!-->!-->…
বুলেট-প্ৰুফ গ্লাচেৰে পুনৰ মেৰামতি গেলেক্সি এপাৰ্টমেণ্টৰ
ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই!-->…
সুন্দৰপুৰ কেঅ’ছলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা ঘোষণা
নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীলৈ আহিল এক ভাল খবৰ। ঘোষণা হ'ল ২০২৪বৰ্ষৰ সপ্তম শৈলধৰ বৰুৱা FILMS AWARDS।শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে সুন্দৰপুৰ কেঅ'ছ ছবিখনে। এক হৃদয়স্পৰ্শী কাহিনীৰে ২০২৪চনৰ ২৫ অক্টোবৰত অসমৰ ছবিগৃগত শুভমুক্তি লাভ কৰিছিল ছবিখনে।!-->…