Browsing Category
sports
EDGBASTON ত শুভমন গীলৰ জয়জয়কাৰ
ভাৰতীয় টীমৰ উদীয়মান তাৰকা খেলুৱৈ শুভমন গীলে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত এক অভুতপূৰ্ব শতৰান অৰ্জন কৰি ভাৰতক এক দৃঢ় স্থিতিত উপনীত কৰিছে। এডজবাস্টনত অনুষ্ঠিত এই দ্বিতীয় টেষ্টখনত, ইংলেণ্ডৰ বিৰুদ্ধে শুভমনে ১৬১ ৰান কৰি ভাৰতীয় বেটিং লাইন আপত এক!-->…
লীডছত জিলিকিছে ঋষভ-ৰাহুলৰ যুটি, এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফীত অগ্ৰগতি টীম ইণ্ডিয়াৰ
ভাৰতীয় ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ কিংবদন্তি বলাৰ জেমছ এণ্ডাৰচনৰ নামেৰে চলিত বৰ্ষৰ ২০জুন তাৰিখৰ পৰা পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী ।
ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত এই শৃংখলাৰ প্ৰথমখন মেচত টছত!-->!-->!-->!-->!-->…
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: এক বিশ্বজনীন ক্ৰীড়া উদযাপন
প্ৰতি বছৰে ২৩ জুন তাৰিখে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। এই দিৱসটো বিশ্বজুৰি ক্ৰীড়াৰ প্ৰতি জনসাধাৰণৰ উৎসাহ বঢ়োৱা, অলিম্পিক আন্দোলনৰ ইতিহাসক স্মৰণ কৰা আৰু "ক্ৰীড়াৰ জৰিয়তে শান্তি আৰু একতা"ৰ বার্তা প্ৰসাৰত উৎসৰ্গিত।
১৯৪৮!-->!-->!-->…
এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী- ক্ৰিকেট জগতত বন্ধুত্ব আৰু প্ৰতিদ্বন্দ্বিতাৰ এক নতুন পৰিচায়ক
আন্তৰ্জাতিক ক্ৰিকেটত ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতাসমূহত আজিৰে পৰা এক নতুন অধ্যায় সংযুক্ত হৈছে । কিয়নো আজিৰে পৰা আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী। এই ট্রফীৰ নাম দিয়া হৈছে ভাৰতৰ ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু!-->…
দক্ষিণ আফ্ৰিকা নতুন বিশ্ব টেষ্ট চেম্পিয়ন — অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস দক্ষিণ আফ্ৰিকাৰ
২০২৩-২৫ বৰ্ষৰ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নৰ খিতাপ জয় কৰিলে। লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ময়দানত অনুষ্ঠিত হোৱা এই ফাইনেলখনত দক্ষিণ আফ্ৰিকাই সকলো!-->…
IPL ২০২৫ ৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ
সুদীৰ্ঘ ৯বছৰৰ অন্তত আই পি এলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ । ২০১৬ চনত চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ ফাইনেল মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিপক্ষে মুখ থেকেৰা খাইছিল দলটোৱে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৫!-->…
পুনৰ IPLত অভিলেখ হাৰ্ডিক পাণ্ডিয়াৰ
চলিত আই পি এলত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ দলটো । বৰ্তমানলৈ ৪খন মেচ খেলি দলটোৱে মাথোঁ এখন মেচত হে জয়লাভ কৰিবলৈ সক্ষম হৈছে । লগতে সময়ে সময়ে সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে দলটো । কিয়নো গুজৰাট টাইটানছৰ!-->…
চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত!-->…
আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী
শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে!-->…
আজিৰ পৰা আৰম্ভ IPLৰ অষ্টাদশ সংস্কৰণ, কলকাতাৰ ইডেন গাৰ্ডেনত IPLৰ উদ্বোধনী অনুষ্ঠান
আজিৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব IPL ২০২৫ৰ প্ৰথমখন মেচ । মেচৰ পূৰ্বে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে IPL ৰ অষ্টাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান । সন্ধিয়া ৭বজাৰ পৰা!-->!-->!-->…