জানো আহক ইলাচীৰ গুণাগুণৰ কথা
ইলাচীত প্রটিন কার্বহাইড্রেট, কলেষ্টেৰেল, কেলৰি, ফেটচ, ফাইবাৰ, ছডিয়াম, পটাছিয়াম, ক'পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন ডি আদি থাকে। ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে। অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত!-->…