Browsing Tag

assam

শীঘ্ৰে সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতি! বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ…

বিশ্বজিৎ দৈমাৰীক চি ই ইম পতাৰ ব্লু-প্ৰিণ্ট বিজেপিৰ! বিজেপি আগ্ৰাসী নীতিয়ে একত্ৰিত কৰিব পাৰে বি পি এফ-ইউ পি পি এলক! ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া বড়ো টেৰিট'ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুমুহা গতিত সলনি হৈছে বড়োভূমিৰ

আজি ৰাখীবন্ধন । প্ৰত্যেকজন ভাতৃ ভগ্নীৰ বাবে এক বিশেষ দিন ।

ৰাখীবন্ধন প্ৰতিজন ভাৰতীয়ৰ বাবে এক আদৰৰ দিন কিয়নো ই ভাই-ভনীৰ মাজৰ বান্ধোনক উদযাপন কৰাৰ দিন । প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ভাতৃ ভগ্নীৰ সকলৰ মাজত ৰাখীবন্ধন পালন কৰা হয় । এই উৎসৱৰ শিপা প্ৰাচীন পৰম্পৰাৰ সৈতে নিহিত হৈ আছে ।

নাজিৰাত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালা ।

০৭/১৯/২০২৪:ব্ৰেইন এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালাব্ৰেইন।এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ব্ৰেইন এক্সিলেন্স

ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল!

১৭/০৭/২৪: ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল! এইসমূহ ফল খালেই দেহত বাঢ়িব ছুগাৰৰ মাত্ৰা! অবহেলা কৰিলেই আহিব ডাঙৰ বিপদ ডায়েবেটিচ এনেকুৱা এটা সমস্যা যিটোৱে আনএকাধিক স্বাস্থ্যজনিত সমস্যা দিয়ে।। কোনটো ফল কিমান পৰিমাণে খাব লাগে সেইটোৱো

আপোনাৰ ছালখন সৌন্দৰ্যময় আৰু ছালখনৰ বয়স বৃদ্ধি কেনেদৰে কৰি ৰাখিব জানি লওক।

১৫/০৭/২০২৪: বহু কাৰণে আমাৰ ছালখন বয়সীয়াল কৰি তোলে। প্ৰাকৃতিক বাৰ্ধক্য প্ৰক্ৰিয়া আমি সলনি কৰিব নোৱাৰো।কিন্ত আমি কিছুমান যতনেৰে নিজৰ ছালখন ধুনীয়া আৰু সুস্থ কৰি ৰাখিব পাৰো l সময়ৰ লগে লগে আমি সকলোৱে মুখত দৃশ্যমান ৰেখা পাওঁ। আমাৰ মুখখনে

অসমীয়া সাহিত্যৰ নক্ষত্ৰ সদৃশ অসম বৰেণ্য, চিৰনমস্য কবি- ঔপন্যাসিক নৱকান্ত বৰুৱা।

১৪/০৭/২৪:অসমীয়া সাহিত্যৰ নক্ষত্ৰ সদৃশ অসম বৰেণ্য, চিৰনমস্য কবি- ঔপন্যাসিক নৱকান্ত বৰুৱা দেৱৰ আজি ওপজা দিন। নৱকান্ত বৰুৱা দেৱক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।পদ্মভূষণ সন্মানেৰে সন্মানিত হোৱা নৱকান্ত বৰুৱা দেৱে অসম সাহিত্য অকাডেমি বঁটা,

অৰুণাচলত যৌন নিৰ্যাতনৰ বলি বনকৰা যুৱতী।

১৩/০৭/২৪/:অৰুণাচল প্ৰদেশৰ দুইমুখত বিৰি শান্তি নিদু নামৰ ব্যক্তিৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰিবলৈ লৈ যায় লখিমপুৰ জিলাৰ হাৰমতীৰ এগৰাকী জোনাকী কংগাৰি নামৰ মহিলাই ।অসমৰ বহু স্থানৰ পৰা এই মহিলা গৰাকীয়ে বহু ছোৱালী সংস্থাপন দিয়াৰ উদ্দেশ্যে

গোৱালপাৰাত খাৰিফ শস্যৰ ডিজিটেল জৰীপৰ বাবে প্ৰস্তুতি

৭/১২/২০২৪: গোৱালপাৰা জিলাত হবলগীয়া ডিজিটেল শস্য জৰীপ,'' খাৰিফ -২০২৪" ৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা গৃহত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী খনীন্দ্ৰ চৌধুৰী সভাপতিত্বত অনুষ্ঠিত সভাখনত খাৰিফ শস্যৰ ডিজিটেল জৰীপ