মুকলি হ’ল কপিলীৰ ওপৰত মৰিগাঁও-জাগীৰোড সংযোগী দলং
যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগী ভকতগাঁৱত নিৰ্মিত মৰিগাঁও জাগীৰোড সংযোগী দলংখন আজি সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । জাগী ভকতগাঁৱত এক বিশাল জনসভা সম্বোধন!-->…