পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ মাজৰ সংঘাত । শেষ হোৱা নাই বাক বিতণ্ডাৰ । সময়ে সময়ে দুয়োটা দলেই ইটোৱে সিটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কিছু কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায় । এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি!-->…