Browsing Tag

#juriya

দলবদ্ধ আক্ৰমণ আমছুৰ নেতাক

ঘটনা অনুসৰি বুধবাৰে নিশা জুৰীয়া বজাৰত এখন চাৰি চকীয়া গাড়ীৰে অহা কেইগৰাকীমান পুৰুষ-মহিলাক পথ আগুচি ধৰি কুখ্যাত ড্ৰাগছ পেডলাৰ একৰাম হুছেইনৰ লগতে ৪/৫ দুৰ্বৃত্তৰ দলে ভয়‌ ভাবুকি দি আছিল। ততাতৈয়াকৈ এই খবৰ পাই উক্ত স্থানত উপস্থিত হয় আমছুৰ

ৰাজ্যত ভুৱা শৈক্ষিক অৰ্হতাৰ কেলেংকাৰী!

গণতন্ত্ৰৰ মূল ভেটিটোকে কঁপাই তোলা এক লজ্জাজনক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। ভুৱা শিক্ষাগত অৰ্হতাৰ দৰে এক প্ৰতাৰণামূলক পথেৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ এগৰাকী মহিলাই কেৱল জয়ী হোৱাই নহয়, বৰঞ্চ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে যেন