Browsing Tag

top news portal in northeast

পুনৰ IPLত অভিলেখ হাৰ্ডিক পাণ্ডিয়াৰ

চলিত আই পি এলত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ দলটো । বৰ্তমানলৈ ৪খন মেচ খেলি দলটোৱে মাথোঁ এখন মেচত হে জয়লাভ কৰিবলৈ সক্ষম হৈছে । লগতে সময়ে সময়ে সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে দলটো । কিয়নো গুজৰাট টাইটানছৰ

সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?

১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব । ২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব, যিখিনি

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত

ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?

সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী

ধৰাৰ বুকুলৈ আগমন সুনীতা উইলিয়ামছৰ

বিগত বৰ্ষৰ ৫ জুন তাৰিখে মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল সুনীতা উইলিয়ামচ আৰু বেৰী বুশ্ব উইলমৰক। কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ৭ দিনৰ বাবে মহাকাশলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী আৱদ্ধ হৈ থাকিল ৯ মাহলৈ। আমেৰিকাৰ মহাকাশ

নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান

মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ

ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । এপ্ৰিলৰ ২ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৬৩০টা

চলিত বৰ্ষৰ সম্পতিৰ কৰৰ সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল

২৪-২৫ বৰ্ষত ১লাখ ১৬ৰ গৃহৰ ভিতৰত ১লাখ ১০হাজাৰ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে । ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰ ৮০-৮৫কোটি টকা সংগ্ৰহ কৰ। ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭কোটি টকা সংগ্ৰহ হয়। এতিয়াও প্ৰায় ২৫ হাজাৰে ট্ৰেড প্ৰত্ৰ লোৱা নাাই পৌৰ নিগমৰ