Browsing Category

ASSAM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা

ৰঙিয়া আৰক্ষীৰ জালত পত্নী হত্যাকাৰী ৰাহুল কুমাৰ সিং

চলিত মাহৰ ৩ তাৰিখে ৰঙিয়াত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ ৰঙিয়া কেন্দুপুনা ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল এই জন ৰাহুল কুমাৰ সিং ৷ ৩ জুলাই তাৰিখে বহিঃ ৰাজ্যৰ ৰাহুল কুমাৰ সিঙে নিজৰ ভাড়া ঘৰতে নিজ পত্নীক নৃশংস ভাৱে

পথাৰত পানী যোগানত বিফল জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যত অভাৱনীয় খৰাং পৰিস্থিতিয়ে জুৰুলা কৰিছে কৃষকক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰত মেলিছে চিৰাল ফাঁট । খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হবলগীয়া হৈছে কৃষকসকল । বৰষুণৰ অভাৱত কৃষকসকলে কঠিয়াও ৰোপণ কৰিব পৰা নাই । খৰাঙৰ বাবে কঠিয়াবোৰ নষ্ট হোৱা

ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ

নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ

ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ

পলিটেকনিক, ইঞ্জিনিয়াৰিংত নিযুক্তি দিয়া হয় ফেকাল্টিক

শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় নিযুক্তি পত্র প্রদান অনুষ্ঠান ৷ মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্র সমূহ ৷ পলিটেকনিক, ইঞ্জিনিয়াৰিংত নিযুক্তি দিয়া হয় ফেকাল্টিক ৷ আজি এই অনুষ্ঠানত মুঠ

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ

সমষ্টিয়ে সমষ্টিয়ে বাঢিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। বিপিএফ দলৰ মাজতো বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা। বৃহস্পতিবাৰে তামুলপুৰৰ কচুবাৰীস্থিত বিষ্ণুপুৰী সেৱাশ্ৰমত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। দলীয় নেতা মাধৱ দাসে আঁত ধৰা

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ

মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা

বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা‌ দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক

আজি মেঘালয় ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে মেঘালয় ভ্ৰমণৰ বাবে শিলচৰত উপস্থিত হয় । উন্নয়নমূলক পদক্ষেপসমূহ পৰ্যালোচনা কৰা, উদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাই আছিল তেওঁৰ এই