Browsing Category

ASSAM

এজন হিতাধিকাৰীৰ আই ডি নম্বৰত চৰকাৰী গৃহ লাভ আন এজন হিতাধিকাৰীৰ

দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিগত সময়ত দৰিদ্ৰৰ নামত আৱন্টিত চৰকাৰী গৃহ আঁচনিত অনিয়ম, স্বজন, তোষণ আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বহুদিনীয়া। শেহতীয়াকৈ পঞ্চায়তখনত আন এক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন

অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই

বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি

দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি‌ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে,

কংগনাই কয় বিৰোধীৰ ইছ‍্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা

চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত হুলস্থুলৰ

আমেৰিকাৰ প্ৰশাসনিক নীতিক লৈ ক্ষুণ্ণ নাছা, গণ- পদত্যাগৰ সিদ্ধান্ত

বিশ্ববিখ্যাত মহাকাশ সংস্থা নাছা এতিয়া এক গভীৰ সংকটৰ সন্মুখীন হৈছে। আমেৰিকাৰ প্ৰশাসনৰ জৰিয়তে নতুনকৈ জাৰি হোৱা বাজেট কৰ্তন আৰু নীতিত ক্ষুণ্ণ হৈ স্বেচ্ছা পদত্যাগ আঁচনিৰ জৰিয়তে নাছাৰ প্ৰায় ৪০০০ কৰ্মচাৰী পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই

আজি CRPF ৰ ৮৭তম প্ৰতিষ্ঠা দিৱস

CRPF (চি.আৰ.পি.এফ.) হৈছে ভাৰত চৰকাৰৰ এক প্ৰধান কেন্দ্ৰীয় আৰক্ষী বাহিনী, যাৰ মুখ্য দায়িত্ব হৈছে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা বজাই ৰখা। ১৯৩৯ চনৰ ২৭ জুলাই তাৰিখে ব্রিটিছ চৰকাৰে ৰাজকীয় ৰাজ্যসমূহৰ ৰাজনৈতিক অস্থিৰতা আৰু অশান্তি সমাধানৰ প্ৰয়োজনত

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় গণতান্ত্ৰিক নেতাৰূপে পৰিগণিত হ’ল নৰেন্দ্ৰ মোদী

মাৰ্কিন সংস্থাৰ ডেমক্ৰেটিক লীডাৰ এপ্ৰভেল ৰেটিং সমীক্ষাত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।বহুকেইজন ৰাষ্ট্ৰ নেতাৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭৫% ৰেটিং লাভ কৰি শীৰ্ষস্থান দখল

২৬তম কাৰ্গিল বিজয় দিৱস: দেশৰ বীৰ জোৱানক স্মৰণ

২৬ জুলাই দিনটো ভাৰতৰ বাবে এক গৌৰৱময় দিন। ১৯৯৯ চনৰ এই দিনটোত ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় অর্জন কৰিছিল। সেই বিজয়কেই স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আজি দেশজুৰি ২৬তম কাৰ্গিল বিজয় দিৱস

নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ

মুছলমান সমাজক গো-মাংস বৰ্জন কৰাৰ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

সংখ্যালঘু মুছলমান অঞ্চলত গো-মাংসৰ বেপাৰ কৰা সকলৰ ওপৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই সন্দৰ্ভত বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে । সাপ্তাহিক বজাৰ সমূহত গৰু