Browsing Category
civilians
ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে
মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ!-->…
বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ
চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ!-->…
মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা
বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক!-->…
আজি মেঘালয় ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে মেঘালয় ভ্ৰমণৰ বাবে শিলচৰত উপস্থিত হয় । উন্নয়নমূলক পদক্ষেপসমূহ পৰ্যালোচনা কৰা, উদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাই আছিল তেওঁৰ এই!-->…
অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তসমূহ
অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ অৰ্থে বৃহস্পতিবাৰে অসম ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ব্যক্তিগত নাৰ্ছিং হোম, ছাত্ৰ-ছাত্ৰীৰ বাবে "প্ৰেৰণা আঁচনি, উদাসীন ভকতৰ বাবে আৰ্থিক সাহায্য,!-->…
মহাকাশচাৰী শুভাংশু শুক্লাই ভংগ কৰিলে ৰাকেশ শৰ্মাৰ অভিলেখ
২৫ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । Axiom4 শীৰ্ষক মহাকাশ অভিযানৰ অংশ হিচাপে ১৪ দিনৰ বাবে মহাকাশলৈ যোৱা শুভাংশু শুক্লাই বৰ্তমান মহাকাশত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে । তাৰ মাজতেই!-->…
কি ক’লে ইলন মাস্কৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে?
ধনকুবেৰ ইলন মাস্কৰ নতুন ৰাজনৈতিক দল গঠনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰাক্তন ঘনিষ্ঠ মিত্ৰ ইলন মাস্কক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। দেওবাৰে সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাৰ ৰাজনীতিত তৃতীয়!-->…
আজি মহেন্দ্ৰ সিং ধোনীৰ ৪৪ সংখ্যক জন্মদিন
আজি ভাৰতীয় ক্ৰিকেটৰ এজন অমৰ নায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ৪৪তম জন্মদিন উদযাপন কৰিছে। সমগ্ৰ দেশ তথা ক্ৰিকেট প্ৰেমীসকলৰ মাজত ধোনীৰ জন্মদিন উপলক্ষে বিশেষ উল্লাস পৰিলক্ষিত হৈছে।
২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ধোনীয়ে তেওঁৰ!-->!-->!-->…
আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন
দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।
!-->!-->!-->…
ঘূৰি নহাৰ বাটেৰে গুছি গ’ল সাহিত্যিক উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী আৰু নাই । কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ’ল এইগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপকে ৷ শনিবাৰে মাত্ৰ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উদয়াদিত্য ভৰালীয়ে।
কেইবছৰো ধৰি শাৰীৰিকভাৱে!-->!-->!-->…