Browsing Category
culture
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ বৰ্ণাঢ্য উদযাপন
অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই!-->…
আজি বিশ্ব মাতৃভাষা দিৱস
আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় ।
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১!-->!-->!-->…
আজি আলি আঃয়ে লৃগাং
আজি আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং | ফাগুণ হ’ল কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ | এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ | ইয়াক লৃগাং বিহু বুলিও কোৱা হয় | আলি আঃয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য!-->…
আজি কলাগুৰুৰ জন্মবাৰ্ষিকী
আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ!-->…
আজি বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস!-->…
স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা
চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ।
৯০ দশকৰ!-->!-->!-->…
প্ৰয়াগৰাজত আজিৰে পৰা মহা কুম্ভ মেলা
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহা কুম্ভ মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি পৌশ পূৰ্ণিমাৰ প্ৰথম স্নান। ১২ কিলোমিটাৰ অঞ্চল জুৰি নিৰ্মাণ কৰা স্নান ঘাটবোৰলৈ ভক্তৰ লানি নিচিনা সোত বৈছে। সংগমলৈ যোৱা সকলো প্ৰৱেশ পথতে ভক্তৰ ভিৰ। বাছ!-->…
আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস
আজি অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম সাহিত্য সভাই অতিক্ৰম কৰিলে ১০৮টাকৈ বছৰ । ১৯১৭ চনত স্থাপিত অসম সাহিত্য সভাত বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু!-->!-->!-->…
আজি পৱিত্ৰ বৰদিন
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি!-->…
৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল
নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে এই মহোৎসৱ।এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে!-->…