Browsing Category

International

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত

ধ্বংসস্তুপত পৰিণত ম্যানমাৰ, বেংকক

প্ৰকৃতিৰ ৰোষত দুখন দেশ । ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ । ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা

২০২৫ বৰ্ষৰ “ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…

২০২৫ বৰ্ষৰ "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ল’বেল মেৰিটাইম লিডাৰ্ছৰ সৈতে

আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী

শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে

আজিৰ পৰা আৰম্ভ IPLৰ অষ্টাদশ সংস্কৰণ, কলকাতাৰ ইডেন গাৰ্ডেনত IPLৰ উদ্বোধনী অনুষ্ঠান

আজিৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব IPL ২০২৫ৰ প্ৰথমখন মেচ । মেচৰ পূৰ্বে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে IPL ৰ অষ্টাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান । সন্ধিয়া ৭বজাৰ পৰা

ধৰাৰ বুকুলৈ আগমন সুনীতা উইলিয়ামছৰ

বিগত বৰ্ষৰ ৫ জুন তাৰিখে মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল সুনীতা উইলিয়ামচ আৰু বেৰী বুশ্ব উইলমৰক। কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ৭ দিনৰ বাবে মহাকাশলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী আৱদ্ধ হৈ থাকিল ৯ মাহলৈ। আমেৰিকাৰ মহাকাশ

নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান

মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ