Browsing Category

NORTH EAST

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কিন্তু সেই অসম ভ্ৰমণসূচী বাতিল কৰিছে জাপানৰ প্ৰধামন্ত্ৰীত্ব গৰাকীয়ে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়…

ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম

প্রাণচঞ্চলা হৈ উঠিছে এতিয়া নীলাচলৰ বক্ষ।ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম।শতাব্দী পুৰণি পৰম্পৰাৰ সাক্ষী হ'বলৈ নীলাচললৈ আহিছে দেশী-বিদেশী সাধু-সন্ত। আজিৰে পৰা মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।আজি নিশা ৯ বাজি ৮ মিনিট ৪২…

দীপজ্যোতি সন্দিকৈৰ ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ-টিজাৰ আনুষ্ঠানিকভাৱে মুকলি

বিশিষ্ট পৰিচালক দীপজ্যোতি সন্দিকৈৰ নতুন ছুটি ছবি ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ, টিজাৰ আৰু প্ৰ’ম’চনেল ভিডিঅ’ৰ ১১ জানুৱাৰী দেওবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত পিপল ট্ৰী ইনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ছ’চিয়েল মিডিয়াৰ…

”NASAৰ স্বীকৃতিৰে IASC কাৰ্যসূচীত দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে ৰঙিয়াৰ…

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদে লাভ কৰিছে এক ব্যতিক্ৰমী সাফল্য। International Astronomical Search Collaboration-ৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান কাৰ্যসূচীত অংশ লৈ আৰিয়ানে…

নিম ছালৰ বাবে অতি উপকাৰী!

আয়ুৰ্বেদত নিমক এক শক্তিশালী ঔষধি উদ্ভিদ হিচাপে বৰ্ণনা কৰা হৈছে। নিমত থকা বহুমুখী ঔষধি গুণে কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতেই নহয়, ছালৰ যত্নৰ বাবেও ইয়াক বিশেষ উপকাৰী কৰি তোলে। নিমৰ এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-ফাংগেল…

“গেছৰ সমস্যা কমাবলৈ সহজতে কৰা ঘৰুৱা উপায়”

প্ৰতিদিনেই বহু লোকে গেছৰ সমস্যাত ভুগিব লাগে। যদিও ইয়াক সাধাৰণ যেন লাগে, ই দৈনন্দিন জীৱনশৈলীত একেবাৰে অসুবিধা জন্মায়। এই সমস্যা ভাগক কমাবলৈ খাদ্যাভ্যাস সলনি কৰাৰ লগতে, ৰুটিনৰ লগত জীবনৰ অভ্যাসতো উন্নত কৰা অত্যাবশ্যক। ইয়াৰ বাহিৰেও ঘৰত…

তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ

ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ…

“তিঁয়হ ৰসৰ স্বাস্থ্য উপকাৰিতা আৰু সঠিক খোৱাৰ সময়”

গ্ৰীষ্মৰ তাপত গৰম কমাবলৈ আৰু শৰীৰক শীতল ৰাখিবলৈ ঘৰুৱা উপায়বোৰৰ ভিতৰত তিঁয়হৰ ৰস অতি জনপ্ৰিয়। ডাঃ উপাসনা বহৰাই কৈছে — “স্বাস্থ্যই মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াক সুস্থভাৱে বজাই ৰাখিবলৈ সঠিক খাদ্যাভ্যাস, নিয়মীয়া কৈ ব্যায়াম আৰু প্ৰাকৃতিক…

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে…

কিয় জগন্নাথ মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান ?

জগন্নাথ মন্দিৰ যাক কোৱা হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান। বহু প্ৰমাণিত এই তীৰ্থস্থান সমগ্ৰ বিশ্ব বিখ্যাত এই মন্দিৰৰ আছে অপাৰ মহিমা, লগতে অনেক ৰহস্যৰ আৱৰ্তত আছে এই তীৰ্থস্থান। ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান হৈছে এই জগন্নাথ…