কিংবদন্তি চিকিৎসক কেনেথ ভি ডডছনৰ মৃত্যু
যোৰহাটৰ মিছন হাস্পতালৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক উজ্জ্বল নাম—ডাঃ কেনেথ ভি ডডছন। চিকিৎসা কেৱল তেওঁৰ পেছা নাছিল, সেয়া আছিল মানৱ সেৱাৰ এক আজীৱন ব্ৰত। ২৪ বছৰৰো অধিক সময় ধৰি যোৰহাটত হাজাৰ হাজাৰ ৰোগীক নতুন জীৱন দান কৰা এই কিংবদন্তি!-->!-->!-->…
এবিধ বতৰিয়া ফল যাৰ আছে বহুতো গুণ
জলফাই হৈছে এণ্টিঅক্সিডেণ্টসমৃদ্ধ ফল। ইয়াত যথেষ্ট ভিটামিন ই থাকে। এই উপাদানবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে বৃদ্ধি কৰে।কৰ্কট ৰোগৰ পৰা হাড়ৰ ক্ষয়িষ্ণুতা প্ৰতিহত কৰালৈ।জলফাই হৈছে বহুতো জটিল ৰোগৰ বাবে উৎকৃষ্ট মহৌষধ।চিকিৎসকৰ!-->!-->!-->!-->!-->…
বহুতো গুণসম্পন্ন এবিধ পাত নিমপাত
নিমপাতৰ আছে বহু উপকাৰিতা। নিমপাতৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ দিয়ে বহুতো আয়ুৰ্বেদিক ডাক্তৰ। নিম গছ এবিধ ঔষধি গছ হিচাপে সমাজত পৰিচিত। বিভিন্ন গৱেষণাত নিম গছৰ ঔষধি গুণৰ বিষয়ে উল্লেখ আছে। আমাৰ ছালৰ যদি খজুৱতি হয় তেতিয়া নিমপাত!-->!-->!-->!-->!-->…
বিপদৰ সংকেট ধ্বনি,ফুটি যাব পাৰে জলবোমা
বিপদৰ সংকেট ধ্বনি বাজি উঠিল সোমবাৰে। ফুটি যাব পাৰে জলবোমা…সতৰ্ক কৰি দিলে জনসাধাৰণক। পূৰ্বৰে পৰা আশংকা কৰা হৈছিল ,নদীবান্ধ নহয়, জলবোমা হ’ব নামনি সোৱণশিৰি নদীবান্ধ। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা!-->!-->!-->…
ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান
২০২৬ চনৰ ৭ জুলাইত ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান "Bintang Republik Indonesia Adipurna" প্ৰদান কৰা হয়। এই সন্মান জাকাৰ্টাত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বন্ধুত্ব, কৌশলগত অংশীদাৰিত্ব, বাণিজ্য,!-->!-->!-->…
অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা
গুৱাহাটীৰ পশ্চিম প্ৰান্তত শান্ত সমাহিত নীলাচল পাহাৰৰ সেউজীয়া বুকুত যুগে যুগে দীপ্তিমান হৈ আছে ভাৰতবৰ্ষৰ অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা মন্দিৰ। ই কেৱল ইটাৰে গঁথা এক মন্দিৰ নহয়; ই বিশ্বাসৰ দীপশিখা, শক্তিৰ!-->!-->!-->…
ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি
ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি। বানে অতি জটিল ৰূপ ধাৰণ কৰিছে ৬ খন জিলাৰ ৯৬ খন গাওঁ প্লাৱিত। ধেমাজিৰ চিমেন নৈৰ বাঢ়নী পানীত উটি গ’ল ৪জনকৈ লোক। ব্রহ্মপুত্র নৈত জীৱন্তে উদ্ধাৰ ৩জন লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন আন এজন।
!-->!-->!-->!-->!-->!-->!-->…
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি। এই ছবিখনৰ নাম হৈছে- লভ ইউ জুবিন দা। হাৰ্টথ্ৰবগৰাকীৰ নামত এই ছবিখন নিৰ্মাণ হ'ব পশ্চিম বংগত। তিনিটা ভাষাত নিৰ্মান হ'ব ছবিখন।বঙালীৰ লগতে অসমীয়া আৰু হিন্দী ভাষাতো মুক্তি লাভ কৰিব।!-->!-->!-->!-->!-->…
আপোনাৰ স্বাস্থ্য, আমাৰ অগ্ৰাধিকাৰ
বাৰিষাৰ সময়ত উতলা পানী খোৱা আৰু বাহিৰৰ কটা ফল নোখোৱাটো অতি জৰুৰী। ইয়াৰ উপৰিও দৈনিক ৩০ মিনিট খোজ কাঢ়িলে ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।বাৰিষা কালত ডায়েৰিয়া আৰু ডেংগুৰ প্ৰকোপ বাঢ়ে। সাৱধান হ’বলৈ উতলা পানী খাওক, চাৰিওফাল!-->!-->!-->…
অসম চৰকাৰৰ শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ৰাজ্যৰ চৰকাৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত পহৰা নৈশ চকীদাৰ ৰখাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত!-->!-->!-->!-->!-->…