”নেপাল চৰকাৰৰ নাটকীয় সিদ্ধান্ত: ফেচবুক-ইউটিউবসহ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ”
নেপালত এক নাটকীয় সিদ্ধান্ত। কে.পি. শৰ্মা অলীৰ নেতৃত্বাধীন চৰকাৰে বৃহস্পতিবাৰে (৪ ছেপ্টেম্বৰ, ২০২৫) ফেচবুক, এক্স (পূৰ্বৰ টুইটাৰ), ইনষ্টাগ্ৰাম, ইউটিউবক ধৰি মুঠ ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰে কৈছে যে!-->!-->!-->…
পুটিনৰ শান্তি বৈঠকৰ বাবে মস্কোৱে উপযুক্ত স্থান , কিন্তু এই প্ৰস্তাৱ নাকচ জেলেনস্কিৰ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে শান্তি চুক্তিৰ বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছিল।য'ত মস্কোক দুয়ো পক্ষৰ আলোচনাৰ বাবে আটাইতকৈ উপযুক্ত স্থান বুলি ঘোষণা কৰিছিল যদিও জেলেনস্কিয়ে এই পৰামৰ্শ নাকচ!-->…
ইউৰোপলৈ ভাৰতৰ ডিজেল ৰপ্তানি আগষ্ট মাহত ১৩৭ শতাংশ বৃদ্ধি, নতুন ৰেকৰ্ড স্থাপন
আগষ্ট মাহত ইউৰোপলৈ ভাৰতৰ ডিজেল ৰপ্তানি নাটকীয়ভাৱে বৃদ্ধি পাইছে। বছৰৰ পিছত বছৰ ধৰি ১৩৭ শতাংশ বৃদ্ধি পাই প্ৰতিদিনে ২ লাখ ৪২ হাজাৰ বেৰেললৈ উপনীত হৈছে এই ৰপ্তানিৰ পৰিমাণ। বৈশ্বিক শক্তি বজাৰত চাহিদা বৃদ্ধি আৰু যোগান সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ!-->…
ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান
ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত |
সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান স্থাপন কৰা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বন বিভাগে - দেওশিলা সুৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান।
ৰংজুলিৰ!-->!-->!-->!-->!-->!-->!-->…
“IPPB ৰ ৮ বছৰত ১২ কোটিৰো অধিক গ্ৰাহক,ঘৰেঘৰে বেংকিং সেৱা”
ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংক (IPPB) এ ৮ বছৰৰ কাৰ্যকালত ১২ কোটিৰো অধিক গ্ৰাহক অন্তৰ্ভুক্ত কৰি কোটি কোটি ডিজিটেল লেনদেন সম্পন্ন কৰিছে। দেশৰ ঘৰেঘৰে বেংকিং সেৱা আগবঢ়াই আহিছে ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংকে। ২০১৮ চনত আৰম্ভ হোৱা পৰা, IPPB বিশ্বৰ!-->…
জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত পেলাইছে গভীৰ শোকৰ ছাঁ
জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত গভীৰ শোকৰ ছাঁ পেলাইছে l
মুম্বাইত শেষ নিঃশ্বাস ত্যাগ কৰা প্ৰিয়াই দীঘলীয়া সময় ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল l মাৰাঠী ধাৰাৱাহিকৰ পৰা অভিনয় যাত্ৰা আৰম্ভ কৰি, তেওঁ ‘কসম সে’ত!-->!-->!-->!-->!-->!-->!-->!-->!-->…
কিয় জগন্নাথ মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান ?
জগন্নাথ মন্দিৰ যাক কোৱা হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান। বহু প্ৰমাণিত এই তীৰ্থস্থান সমগ্ৰ বিশ্ব বিখ্যাত এই মন্দিৰৰ আছে অপাৰ মহিমা, লগতে অনেক ৰহস্যৰ আৱৰ্তত আছে এই তীৰ্থস্থান।
ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান হৈছে এই জগন্নাথ!-->!-->!-->…
ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?
ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত!-->…
Innovazioni nel Gioco Retrò: Un’Analisi del Rinnovamento dei Titoli Classici
Negli ultimi anni, il panorama dei videogiochi ha assistito a un rinnovato interesse per i titoli retrò, dovuto sia alla nostalgia degli appassionati sia alla volontà degli sviluppatori di innovare partendo da fondamenta solide. Questo…
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ!-->…