Browsing Tag

Dnews

কিংবদন্তি চিকিৎসক কেনেথ ভি ডডছনৰ মৃত্যু

যোৰহাটৰ মিছন হাস্পতালৰ ইতিহাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক উজ্জ্বল নাম—ডাঃ কেনেথ ভি ডডছন। চিকিৎসা কেৱল তেওঁৰ পেছা নাছিল, সেয়া আছিল মানৱ সেৱাৰ এক আজীৱন ব্ৰত। ২৪ বছৰৰো অধিক সময় ধৰি যোৰহাটত হাজাৰ হাজাৰ ৰোগীক নতুন জীৱন দান কৰা এই কিংবদন্তি

“দেৱী দূৰ্গাৰ আগমন আৰু উৎসৱৰ আনন্দ”

"या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥" আহিন মাহৰ পৰা আৰম্ভ হোৱা শৰৎ ঋতুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয় দূৰ্গা পূজা। এই পূজা ভাগ দেৱী দুৰ্গাৰ মাহাত্ম্যক সোঁৱৰি অনুষ্ঠিত কৰা

“দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ”

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে

কিয় জগন্নাথ মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান ?

জগন্নাথ মন্দিৰ যাক কোৱা হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান। বহু প্ৰমাণিত এই তীৰ্থস্থান সমগ্ৰ বিশ্ব বিখ্যাত এই মন্দিৰৰ আছে অপাৰ মহিমা, লগতে অনেক ৰহস্যৰ আৱৰ্তত আছে এই তীৰ্থস্থান। ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান হৈছে এই জগন্নাথ

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?

ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই