Browsing Tag

Manipur protest updates

পুনৰ অগ্নিগৰ্ভা মণিপুৰ

মণিপুৰ হিংসাত জড়িত আৰম্বাই টেংগলৰ পাঁচ সদস্যসহ এজন জ্যেষ্ঠ নেতাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ইম্ফল উপত্যকাৰ বিভিন্ন স্থানত হেজাৰ হেজাৰ লোক ৰাজপথলৈ ওলাই আহি ৰাজহুৱা সম্পত্তিৰ লগতে বহুতো যান-বাহনত অগ্নিসংযোগ কৰে।