আমেৰিকাৰ প্ৰশাসনিক নীতিক লৈ ক্ষুণ্ণ নাছা, গণ- পদত্যাগৰ সিদ্ধান্ত
বিশ্ববিখ্যাত মহাকাশ সংস্থা নাছা এতিয়া এক গভীৰ সংকটৰ সন্মুখীন হৈছে। আমেৰিকাৰ প্ৰশাসনৰ জৰিয়তে নতুনকৈ জাৰি হোৱা বাজেট কৰ্তন আৰু নীতিত ক্ষুণ্ণ হৈ স্বেচ্ছা পদত্যাগ আঁচনিৰ জৰিয়তে নাছাৰ প্ৰায় ৪০০০ কৰ্মচাৰী পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই!-->…