Browsing Category
ASSAM
আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।
"ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।"
আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ!-->!-->!-->…
চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা
আপোনাৰ সুন্দৰ চুলিকোচাৰ যত্ন ল'বৰ বাবে প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰিলে আপোনাৰ চুলিকোচা মজবুত আৰু কোমল হ’ব পাৰে। এই বনৌষধিৰ ব্যৱহাৰে আপোনাৰ চুলি আৰু অধিক সতেজ কৰি ৰাখিব । তাৰেই কিছু টিপছ তলত উল্লেখ কৰা হ'ল ।
এল'ভেৰা: মূৰৰ ছাল কণ্ডিচনিং!-->!-->!-->…
পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে
২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০!-->…
অমিতা আৰু ইয়াৰ উপকাৰিতা
অমিতা এক সু-স্বাদু ফলেই নহয়, এক পুষ্টিকৰ খাদ্যও ।অমিতা হৈছে উপকাৰীতাৰে ভৰপূৰ গ্রীষ্মকালীন এক ফল যিয়ে আপোনাৰ খাদ্যত এক মূল্যৱান সংযোজন আনে। ভিটামিন A, C, আৰু Eৰে সমৃদ্ধ অমিতাই ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছালৰ সৌন্দৰ্য বৰ্ধন কৰে!-->…
ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প -“জল জীৱন মিছন”। অসাৰ হৈ পৰিছে “ঘৰ-ঘৰ জল ,…
জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ, নিম্নমানৰ কামেৰে ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন।ফুটুকাৰ ফেনত পৰিণত জল জীৱন মিছন আঁচনি! জীৱন মিছন আঁচনিৰ নামত কি চলিছে ৰাজ্যত? ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন মিছনৰ!-->…
ভাৰত আৰু পোলেণ্ডৰ বাবে এক বিশেষ দিন । ৪৫ বছৰ পিছত ভাৰতৰ প্রধানমন্ত্রীৰ পোলেণ্ড যাত্ৰা l
https://youtu.be/_DNysYFia2M
শীঘ্ৰে সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতি! বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ…
বিশ্বজিৎ দৈমাৰীক চি ই ইম পতাৰ ব্লু-প্ৰিণ্ট বিজেপিৰ! বিজেপি আগ্ৰাসী নীতিয়ে একত্ৰিত কৰিব পাৰে বি পি এফ-ইউ পি পি এলক!
২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া বড়ো টেৰিট'ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুমুহা গতিত সলনি হৈছে বড়োভূমিৰ!-->!-->!-->…
ফটোৱে কথা কয় ।ফটোৱে ধৰি ৰাখে সময়;ফটোৱে সৃষ্টি কৰে ইতিহাস ।
আজি বিশ্ব ফটোগ্ৰাফী দিৱস। ফটোৰ গুৰুত্ব সকলোৰে জীৱনত অতি বিশেষ । কাৰণ ফটোগ্ৰাফেই হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি আমাৰ ইতিহাসত উকি মাৰিব পাৰো । দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ!-->…
আজি ৰাখীবন্ধন । প্ৰত্যেকজন ভাতৃ ভগ্নীৰ বাবে এক বিশেষ দিন ।
ৰাখীবন্ধন প্ৰতিজন ভাৰতীয়ৰ বাবে এক আদৰৰ দিন কিয়নো ই ভাই-ভনীৰ মাজৰ বান্ধোনক উদযাপন কৰাৰ দিন । প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ভাতৃ ভগ্নীৰ সকলৰ মাজত ৰাখীবন্ধন পালন কৰা হয় । এই উৎসৱৰ শিপা প্ৰাচীন পৰম্পৰাৰ সৈতে নিহিত হৈ আছে ।!-->!-->!-->…