Browsing Category
civilians
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ
যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ!-->…
ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ পাঁচ দিনীয়া ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
পহলগাম কাণ্ড আৰু অপাৰেচন চিণ্ডুৰ আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাইপ্ৰাছৰ বাবে ৰাওনা হৈছে, যিটো তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ!-->…
আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহমেদাবাদত উপস্থিত হয়। বৃহস্পতিবাৰে সংঘটিত হোৱা দুঃখজনক বিমান দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰিবলৈ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী । Air India ৰ Boeing 787 বিমানখন মেঘানীনগৰৰ ওচৰত যান্ত্ৰিক বিজুতিৰ ফলত!-->…
ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম
ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত!-->…
গৰমৰ দিনত কেনেকৈ আৰাম পাব পাৰি: গ্ৰীষ্মকাল পাৰ কৰাৰ সহজ উপায়
গ্ৰীষ্মকাল অসমবাসীৰ বাবে এটি কঠিন সময় হৈ পাৰে। এই সময়ছোৱাত তাপমাত্রা অধিক পোৱাৰ বাবে শৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ বৰষুণ অহাৰ আগৰ সময়ছোৱাত, গৰম আৰু আর্দ্ৰতা দুয়োটা বৃদ্ধি পায়। সেইবাবে গ্ৰীষ্মকালত শৰীৰ সুস্থ ৰাখিবলৈ আৰু!-->…
অতি শীঘ্ৰেই ৰঙিয়াৰ ৮ নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’ব এখনি আটকধুনীয়া দলং
ৰঙিয়াত ৬ কোটি ৫৯ লাখ ৫৪ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন বিশেষ দলং। স্বাধীনোত্তৰ কালৰ পৰা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮ নম্বৰ ৱাৰ্ডটো শেহতীয়াভাৱে ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। ৮ নম্বৰ ৱাৰ্ডত আছে এখনি অতি!-->…
ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন
চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু!-->…
ৰাছিয়াত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ
পুটিনক শক্তি প্ৰদৰ্শন ইউক্ৰেইনৰ। ৰাছিয়াত ইউক্ৰেইনৰ পুনৰ ভয়াৱহ ড্ৰোণ আক্ৰমণ। এই আক্ৰমণৰ জৰিয়তে ইউক্ৰেইনে ৰাছিয়াৰ চাৰিটা বিমানঘাটি আৰু ৪০খন যুদ্ধবিমানক লক্ষ্য কৰি লৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইউক্ৰেইনে এবছৰ ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল।!-->…
কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ
বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে ।!-->…
শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমী বৰা
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা হাই-প্ৰফাইল ট্ৰেডিং কেলেংকাৰিৰ গোচৰৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী চুমী বৰাক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। আদালতৰ এই সিদ্ধান্তই বিষয়টোৰ সৈতে জড়িত সকলো বিচাৰাধীন গোচৰৰ পৰা!-->…