Browsing Category

civilians

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ “সাংসদ ৰত্ন-২০২৫” সন্মান

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ

অপাৰেচন সেন্দুৰে পাকিস্তানক দিলে সঠিক উত্তৰ

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। এই প্ৰত্যাক্ৰমণক ভাৰতে নামাকৰণ কৰিছিল অপাৰেচন সেন্দুৰ হিচাপে । পাকিস্তান আৰু পাকিস্তান অধিকৃত

যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি

সেৱা আচৰণ উলংঘা কৰাৰ অভিযোগত চাকৰি হেৰুৱালে জোৱান মুনীৰ আহমেদে

পহলগাম আক্ৰমণৰ পিছৰ পৰাই ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বিৰাজমান হৈ পৰিছে। সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ভাৰত-পাকিস্তানৰ সীমান্ত। ভাৰতলৈ অহা বা ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক ঘূৰি যাবলৈ নিৰ্দেশনাও প্ৰদান কৰা হৈছে । কিন্তু তাৰ মাজতেই

বিপদৰ সময়ত দেশবাসীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশ্ব জোঁকাৰি গ'ল পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই । এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল ছৌদি আৰৱ ভ্ৰমণত । কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ লাভ কৰিয়েই তৎক্ষণাত ভ্ৰমণসূচী আধাতে সামৰি আজি পুৱাই নতুন দিল্লীত

দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ

বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ

সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?

১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব । ২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব, যিখিনি

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু

জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ