Browsing Category

civilians

শিল্পী নীলপৱন বৰুৱালৈ তেখেতৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি

আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱা । ৰং-তুলিকাৰ যাদুকৰী সম্ৰাট নীলপৱন বৰুৱা । আজি তেখেতৰ মৃত্যু তিথি । কেনভাচ উকা হ'লেও অমৰ হৈ ৰ'ল প্ৰেম কাহিনী। যি ভালপোৱা নীলপৱন বৰুৱাই জানিছিল,সেই ভালপোৱা 'তোমাক ভালপাওঁ' বুলি কোৱা বেছিভাগেই নাজানে।

ৰাজহুৱা হ’ল ৰতন টাটাৰ ইচ্ছাপত্ৰ

মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় এটা পষেক পাৰ হ'ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে । টাটাৰ মৃত্যুৰ পিছতেই

সকলোকে বিস্ময়েৰে বিস্মিত কৰি অজান দেশলৈ গতি কৰিলে শশী ফুকনে

আপোনালোকৰ 'বিস্ময়' নামৰ আলোচনীখন মনত আছেনে বাৰু! আজিৰ চ'চিয়েল মিডিয়া, ইউটিউব, টিভি সকলো এটা সময়ত আমি বিস্ময় আলোচনীৰ মাজতে পাইছিলো।চাচপেঞ্ছ, ক্রীড়া, বলিউদ, হলিউদ সকলো ক্ষেত্রতে আমাক ল'ৰালি কালতে চিনাকি কৰি দিয়া বিস্ময় আলোচনীৰ

আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।

মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী। ১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ

ৰাষ্ট্ৰীয় নায়ক তথা অধিনায়ক বিক্ৰম বাত্ৰাৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।

৯ ছেপ্টেম্বৰত ভাৰতে কাৰ্গিল যুদ্ধৰ নায়ক তথা সাহস আৰু ত্যাগৰ প্ৰতীক কেপ্তেইন বিক্ৰম বাত্ৰাক স্মৰণ কৰি তেওঁৰ জন্মদিন উদযাপন কৰে। ১৯৭৪ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পালামপুৰত জন্মগ্ৰহণ কৰিছিল বিক্ৰম বাত্ৰাই ।ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ থকা