Browsing Category

International

পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ

প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য । ইজৰাইলে

দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ

দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ

ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।

অৱশেষত অন্ত পৰিল অপেক্ষাৰ । নাছাৰ পৰা আহিল সেই ভাল খবৰটো । অহা ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম'ৰ । ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ, যাক সমগ্ৰ বিশ্বতে আৱদ্ধ মহাকাশচাৰী বুলি জনা যায়।মহাকাশলৈ গৈ

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল

বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক

আজি বিশ্ব শিশু দিৱস

প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয় । এই দিনটোত প্ৰতিটো শিশুৰ শিক্ষা, সুৰক্ষা, স্বাস্থ্য, সমতা আৰু বিশ্বজুৰি শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। শিশুসকলক লালন-পালন কৰা আৰু তেওঁলোকে লাভৱান

আজি মিকি মাউছ দিৱস

১৮ নৱেম্বৰত অৰ্থাৎ আজিৰ দিনটোতেই বিশ্বৰ আটাইতকৈ চিনাকি কাৰ্টুন চৰিত্ৰ মিকি মাউছৰ আত্মপ্ৰকাশ ঘটিছিল । ১৯২৮ চনৰ আজিৰ দিনটোতে মিকিয়ে প্ৰথমবাৰৰ বাবে এনিমেটেড চুটি ছবি ষ্টিমবোট উইলিত অভিনয় কৰে। ৱাল্ট ডিজনী আৰু উব আইৱেৰ্কছৰ দ্বাৰা নিৰ্মিত মিকি

সলনি হ’ল “লাপাটা লেডিজ”ৰ নাম

বক্স অফিচত সফল ন’হলেও মুক্তি লাভৰ পিছতেই অ’টিটিত বিশেষভাৱে জনপ্ৰিয় হৈছিল আমিৰ খানৰ প্ৰযোজনাত আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপতা লেডিজ’ ছবিখনে । দৰ্শকৰ হৃদয় জয় কৰা ‘লাপতা লেডিজ’ ছবিখনে ভাৰতৰ পৰা অস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। এই

গাজাত পুনৰ ইজৰাইলী সেনাৰ আক্ৰমণ

গাজাত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ । হাজাৰ স্কুল আৰু হাস্পতালত এইবাৰ আক্ৰমণ চলাইছে ইজৰাইলৰ সেনাই । এই আক্ৰমণত ৪৭জন লোকৰ মৃত্যু হোৱাৰ লগতেই বহু লোক আহত হৈছে । মধ্য গাজাত অৱস্থিত অল-আকাছা হাস্পতালৰ জৰুৰীকালীন বিভাগত ইজৰাইলী সেনাই বোমা

IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া

চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ'ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ । কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ