Browsing Category

politics

কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা

কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুতৰ অভিযোগ

সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন । ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী সকলো । তাৰ মাজতেই কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, বিহালী বিধানসভা সমষ্টিত

তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ

অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ সভাপতি দুলু আহমেদে তৃণমূল কংগ্ৰেছত যোগদান কৰে । কলকতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সোমবাৰে অসম তৃণমূল কংগ্ৰেছ দলত যোগদান দুলু আহমেদৰ।

ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ঘোষণা ফণীভূষণ চৌধুৰীৰ

অগপৰ প্ৰবীণ ৰাজনীতিক, বঙাইগাঁৱৰ অবিসম্বাদী ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীৰ নাম অতীত হ'বলৈ আগবাঢ়িছে। ১৯৮৩ চনৰ পৰা একেৰাহে বঙাইগাঁৱৰ বিধায়ক হোৱাৰ এক সুকীয়া অভিলেখ আছে ফণীভূষণ চৌধুৰীৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং ।

জল্পনা-কল্পনাৰ অন্ত! দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ

ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প -“জল জীৱন মিছন”। অসাৰ হৈ পৰিছে “ঘৰ-ঘৰ জল ,…

জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ, নিম্নমানৰ কামেৰে ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন।ফুটুকাৰ ফেনত পৰিণত জল জীৱন মিছন আঁচনি! জীৱন মিছন আঁচনিৰ নামত কি চলিছে ৰাজ্যত? ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন মিছনৰ

শীঘ্ৰে সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতি! বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ…

বিশ্বজিৎ দৈমাৰীক চি ই ইম পতাৰ ব্লু-প্ৰিণ্ট বিজেপিৰ! বিজেপি আগ্ৰাসী নীতিয়ে একত্ৰিত কৰিব পাৰে বি পি এফ-ইউ পি পি এলক! ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া বড়ো টেৰিট'ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুমুহা গতিত সলনি হৈছে বড়োভূমিৰ

প্ৰতিবাদত জ্বলিছে বাংলাদেশ, কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ।

২০/০৭/২০২৪:প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি সান্ধ্য আইন জাৰি কৰাৰ সময়তে এতিয়ালৈকে কেইবা শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে lবাংলাদেশৰ ঢাকাৰ ৰামপুৰা অঞ্চলত চৰকাৰী চাকৰিত কোটা সংৰক্ষণক লৈ বিৰোধী সমৰ্থকৰ সৈতে আৰক্ষী আৰু আৱামি

অৰুণাচলত যৌন নিৰ্যাতনৰ বলি বনকৰা যুৱতী।

১৩/০৭/২৪/:অৰুণাচল প্ৰদেশৰ দুইমুখত বিৰি শান্তি নিদু নামৰ ব্যক্তিৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰিবলৈ লৈ যায় লখিমপুৰ জিলাৰ হাৰমতীৰ এগৰাকী জোনাকী কংগাৰি নামৰ মহিলাই ।অসমৰ বহু স্থানৰ পৰা এই মহিলা গৰাকীয়ে বহু ছোৱালী সংস্থাপন দিয়াৰ উদ্দেশ্যে