ধোঁৱাচাঙত প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প -“জল জীৱন মিছন”। অসাৰ হৈ পৰিছে “ঘৰ-ঘৰ জল ,…
জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ, নিম্নমানৰ কামেৰে ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন।ফুটুকাৰ ফেনত পৰিণত জল জীৱন মিছন আঁচনি! জীৱন মিছন আঁচনিৰ নামত কি চলিছে ৰাজ্যত? ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন মিছনৰ!-->…
ভাৰত আৰু পোলেণ্ডৰ বাবে এক বিশেষ দিন । ৪৫ বছৰ পিছত ভাৰতৰ প্রধানমন্ত্রীৰ পোলেণ্ড যাত্ৰা l
https://youtu.be/_DNysYFia2M
শীঘ্ৰে সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতি! বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ…
বিশ্বজিৎ দৈমাৰীক চি ই ইম পতাৰ ব্লু-প্ৰিণ্ট বিজেপিৰ! বিজেপি আগ্ৰাসী নীতিয়ে একত্ৰিত কৰিব পাৰে বি পি এফ-ইউ পি পি এলক!
২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া বড়ো টেৰিট'ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুমুহা গতিত সলনি হৈছে বড়োভূমিৰ!-->!-->!-->…
ফটোৱে কথা কয় ।ফটোৱে ধৰি ৰাখে সময়;ফটোৱে সৃষ্টি কৰে ইতিহাস ।
আজি বিশ্ব ফটোগ্ৰাফী দিৱস। ফটোৰ গুৰুত্ব সকলোৰে জীৱনত অতি বিশেষ । কাৰণ ফটোগ্ৰাফেই হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি আমাৰ ইতিহাসত উকি মাৰিব পাৰো । দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ!-->…
আজি ৰাখীবন্ধন । প্ৰত্যেকজন ভাতৃ ভগ্নীৰ বাবে এক বিশেষ দিন ।
ৰাখীবন্ধন প্ৰতিজন ভাৰতীয়ৰ বাবে এক আদৰৰ দিন কিয়নো ই ভাই-ভনীৰ মাজৰ বান্ধোনক উদযাপন কৰাৰ দিন । প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ভাতৃ ভগ্নীৰ সকলৰ মাজত ৰাখীবন্ধন পালন কৰা হয় । এই উৎসৱৰ শিপা প্ৰাচীন পৰম্পৰাৰ সৈতে নিহিত হৈ আছে ।!-->!-->!-->…
আৰ জি কৰ কাণ্ড ! দোষীক কৰায়ত্ত কৰাত ব্যৰ্থ পশ্চিমবংগ আৰক্ষী ।
সমগ্ৰ দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ। এই চাঞ্চল্যকৰ ঘটনাই স্তম্ভিত কৰি তুলিছে দেশবাসীক। কলকাতাৰ এই জঘন্য অপৰাধক!-->…
কলকতাত চিকিৎসকক ধৰ্ষণ: ন্যায় বিচাৰি ৰাজপথত উত্তাল প্ৰতিবাদ চিকিৎসাকৰ্মীৰ
বৰ্বৰ, অমানৱীয়, নাৰকীয় । বৰ্ণনাৰ বাবে শব্দৰ অভাৱ হোৱা দেশ কপাই যোৱা এক পাষৱিক কাণ্ড ।
প্ৰথমে ধৰ্ষণ, তাৰপিছত হত্যা । কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হস্পিটেলত বুধবাৰে নিশা সংঘটিত হয় এক হিংসাত্মক ঘটনা । ৯ আগষ্ট তাৰিখে নিশা!-->!-->!-->…
আপোনাৰ কি ৰাশি? শাওণৰ মাহত এই তিনিটা ৰাশিৰ বাবে অতি শুভ ।
২৯/০৭/২০২৪: হিন্দু পঞ্জিকা অনুসৰি শাওন মাহৰ কৃষ্ণ পক্ষৰ একাদশীক কামিকা একাদশী বুলি কোৱা হয়।দেৱশয়নী একাদশীৰ পৰা বিষ্ণু ভগৱান টোপনি যোৱাৰ পিছত প্ৰথম একাদশী কামিকা আৰু ইয়াৰ গুৰুত্বও আছে কাৰণ ই ভগৱান শিৱৰ প্ৰিয় শাওন মাহত পৰে।
এইবাৰ এই!-->!-->!-->…
আহোম ৰাজত্বৰ সাক্ষী চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি।
২৬/০৭/২০২৪: অসমৰ বাবে এক ঐতিহাসিক দিন।বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে।নতুন দিল্লীত আনুষ্ঠানিক ঘোষণা UNESCOৰ আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল!-->…