ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ ৮০ বছৰ
ফুলগুৰিৰ পৰা কনকলতালৈ—সংগ্ৰামৰ এক অমৰ ইতিহাস।স্বাধীনতাৰ ৮০ বছৰ,শ্বহীদৰ ত্যাগত গঢ়া এখন স্বাধীন দেশ।ভাৰতীয় ইতিহাসৰ এক গৌৰৱোজ্জ্বল দিন। ১৯৪৭ চনৰ এই দিনটোতেই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। কিন্তু এই স্বাধীনতা কোনো সহজলভ্য!-->…