Browsing Category

International

দেওবাৰৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

দেওবাৰৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলা হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ । আই বসুমতী ৰজস্বলা হোৱা প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা । ২০২৫ বৰ্ষৰ…

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ

যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ…

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী- ক্ৰিকেট জগতত বন্ধুত্ব আৰু প্ৰতিদ্বন্দ্বিতাৰ এক নতুন পৰিচায়ক

আন্তৰ্জাতিক ক্ৰিকেটত ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতাসমূহত আজিৰে পৰা এক নতুন অধ্যায় সংযুক্ত হৈছে । কিয়নো আজিৰে পৰা আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী। এই ট্রফীৰ নাম দিয়া হৈছে ভাৰতৰ ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু…

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণৰ্মে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ এমাহ পিছত পোন প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ পাঁচ দিনীয়া ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পহলগাম কাণ্ড আৰু অপাৰেচন চিণ্ডুৰ আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰথম বিদেশ ভ্ৰমণ ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাইপ্ৰাছৰ বাবে ৰাওনা হৈছে, যিটো তেওঁৰ তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ…

দক্ষিণ আফ্ৰিকা নতুন বিশ্ব টেষ্ট চেম্পিয়ন — অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস দক্ষিণ আফ্ৰিকাৰ

২০২৩-২৫ বৰ্ষৰ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নৰ খিতাপ জয় কৰিলে। লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ময়দানত অনুষ্ঠিত হোৱা এই ফাইনেলখনত দক্ষিণ আফ্ৰিকাই সকলো…

আহমেদাবাদ বিমান দুৰ্ঘটনাস্থলীত ব্লেক বক্স উদ্ধাৰ, শীঘ্ৰেই উদ্ঘাটন হ’ব দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ

বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকেই ম্ৰিয়মান কৰি তুলিছে । বিমানখনত থকা ২৪২ জন ব্যক্তিৰ ২৪১ জনৰেই প্ৰাণ কাঢ়ি নিলে এই হৃদয় বিধায়ক বিমান দুৰ্ঘটনাই । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত কেন্দ্ৰীয়…

সাম্প্ৰতিক ইৰান-ইজৰাইল সংঘাত: মধ্য-প্ৰাচ্য পুনৰ উত্তপ্ত পৰিস্থিতি

১৩ জুন, ২০২৫ তাৰিখে ইজৰাইলে ইৰানৰ ওপৰত এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰে, যাক “অপাৰেচন ৰাইজিং লায়ন” নামেৰে অভিহিত কৰা হৈছে। এই অভিযানৰ মূল লক্ষ্য আছিল ইৰানৰ পৰমাণু সংস্থাপন, মিছাইল প্ৰস্তুতকাৰী কেন্দ্ৰ আৰু শীৰ্ষ সেনা নেতৃত্ব। ইজৰাইলে…

আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আহমেদাবাদত উপস্থিত হয়। বৃহস্পতিবাৰে সংঘটিত হোৱা দুঃখজনক বিমান দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন কৰিবলৈ আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী । Air India ৰ Boeing 787 বিমানখন মেঘানীনগৰৰ ওচৰত যান্ত্ৰিক বিজুতিৰ ফলত…

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত…