Browsing Category

International

৪১ বছৰৰ পাছত মহাকাশলৈ উৰা মাৰিব বায়ুসেনা বিষয়া

কোৱা হয় যে history repeats itself _ বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটে ৷ এই কথাষাৰ যেন পুনৰ প্রমাণ হ'বলৈ গৈ আছে ৷বিগত ৪১ বছৰত ৰহস্যময় মহাকাশত অজস্র আশ্চর্য্যজনক মহাক্তগতকি ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰতৰ মহাকাশ বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটাবলৈ সাজু…

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু…

ৰাছিয়াত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ

পুটিনক শক্তি প্ৰদৰ্শন ইউক্ৰেইনৰ। ৰাছিয়াত ইউক্ৰেইনৰ পুনৰ ভয়াৱহ ড্ৰোণ আক্ৰমণ। এই আক্ৰমণৰ জৰিয়তে ইউক্ৰেইনে ৰাছিয়াৰ চাৰিটা বিমানঘাটি আৰু ৪০খন যুদ্ধবিমানক লক্ষ্য কৰি লৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইউক্ৰেইনে এবছৰ ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল।…

IPL ২০২৫ ৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

সুদীৰ্ঘ ৯বছৰৰ অন্তত আই পি এলৰ ফাইনেলত প্ৰৱেশ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ । ২০১৬ চনত চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ ফাইনেল মেচত ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিপক্ষে মুখ থেকেৰা খাইছিল দলটোৱে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৫…

কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে ।…

গৌৰৱ গগৈৰ নাম কটা গ’ল, ভাৰত চৰকাৰে নিদিলে গৌৰৱ গগৈক নিৰাপত্তা CLEARANCE

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশ ভ্ৰমণ কৰিব ভাৰতৰ সাংসদ সকলে । ৫৯ জন সাংসদ ৭ টা দলত বিভক্ত হৈ বিশ্বৰ ভিন্ন দেশলৈ গৈ সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী আগবঢ়াব । কিন্তু তাতো লাগিছে অথন্তৰ । কিয়নো কংগ্ৰেছৰ সাংসদৰ তালিকাত পূৰ্বতে অসমৰ সাংসদ…

নিৰাপত্তা বৃদ্ধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত সুৰক্ষা প্ৰদান কৰিছে। বৰ্তমান জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰা চি আৰ পি এফে এতিয়া তেওঁৰ কনভয়ত অতিৰিক্ত বুলেটপ্ৰুফ বাহন…

অপাৰেচন সেন্দুৰে পাকিস্তানক দিলে সঠিক উত্তৰ

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। এই প্ৰত্যাক্ৰমণক ভাৰতে নামাকৰণ কৰিছিল অপাৰেচন সেন্দুৰ হিচাপে । পাকিস্তান আৰু পাকিস্তান অধিকৃত…

যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি…

দেশৰ পৰৱৰ্তী লোকপিয়লত অন্তৰ্ভুক্ত হ’ব জাতিগত গণনা

দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু…