Browsing Category

International

আজি‌ আন্তৰ্জাতিক নাৰী দিৱস।

আজি‌ আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন । সমগ্ৰ বিশ্বজুৰি আজি এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । এই দিৱসৰ প্ৰাথমিক উদ্দেশ্য হৈছে নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই তেওঁলোকক সমতা আৰু অধিকাৰৰ দিশত

এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ

৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,

৮ মার্চত জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ

ভয়াবহ দুৰ্ঘটনাত মৃত্যু ১২ গৰাকী শিক্ষাৰ্থীৰ

ব্ৰাজিলত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ১২ জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত হয় । ছাও পাওলো ৰাজ্যৰ ৰিবেইৰাও প্ৰেট’ চহৰৰ সমীপত ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বাছ আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ১৯

আজি বিশ্ব মাতৃভাষা দিৱস

আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১

কানাডাৰ টৰন্ট’ত বিমান দুৰ্ঘটনা

সোমবাৰে বিয়লি টৰন্টো পিয়ৰছন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ডেল্টা এয়াৰ লাইনছৰ বিমানখনে আলকাতৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰে । জানিব পৰা মতে বিমানখনত ৮০ জন যাত্ৰী উপস্থিত আছিল । ইয়াৰে ২২ জন কানাডিয়ান

৯ মাহৰ অন্তত ধৰা লৈ উভতিব সুনীতা উইলিয়ামছ

যোৱা ৮ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল নাছাৰ হাতত । নাছাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সকলো ঠিকে থাকিলে মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ।

মধ্য আমোৰিকাত ভয়ংকৰ দুৰ্ঘটনা

সোমবাৰে মধ্য আমেৰিকাৰ এখন অতি সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ দলঙৰ ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশখনতেই শোকৰ ছাঁ পেলাইছে। দেশৰ

দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী

মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ

আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে

শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু