Browsing Category

LIFESTYLE

আজি চুকাফা দিৱস

আজি অসম দিৱস বা চুকাফা দিৱস । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে । ১৯৮৭ চনৰ পৰা অসম চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ পৱিত্ৰ স্মৃতিত ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

আজি বিশ্ব এইডছ দিৱস

প্ৰতি বছৰে ডিচেম্বৰৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় । বিশ্ব এইডছ দিৱসে এইচ আই ভি/এইডছৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখনৰ কথা সোৱৰায় আৰু এই ৰোগত প্ৰাণ হেৰুওৱা লোকসকলক সন্মান জনায়। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল

আপোনাৰ শিশুটিক অতিমাত্ৰা মোবাইল ব্যৱহাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব?

আজিৰ ডিজিটেল যুগত শিশুসকলক মোবাইলৰ পৰা আঁতৰাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান, কিন্তু সঠিক কৌশলৰ সহায়ত ইয়াক সম্ভৱ কৰি তুলিব পাৰি । দিনটোৰ ভিতৰত এনে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক । বিকল্প কাৰ্য্যকলাপ আগবঢ়াওকযিবোৰ কাৰ্য্যকলাপ মোবাইলৰ সৈতে

শীতকালত কেনেকৈ ল’ব আপোনাৰ স্বাস্থ্যৰ যতন?

শীতকালত স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ঠাণ্ডা বতৰে আপোনাৰ শৰীৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে। শীতকালত সুস্থ হৈ থাকিবলৈ কিছুমান মূল টিপছ দিয়া হ’ল: ১/ উষ্ণ সাজ-পোছাক পিন্ধক- শৰীৰটো তাপ আৱদ্ধ কৰিবলৈ কেইবাটাও স্তৰৰ কাপোৰ

আমলখিৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতা

আমলখি এবিধ অতি পুষ্টিকৰ ফল । ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । আমলখিৰ কিছুমান মূল উপকাৰিতাৰ বিষয়ে জানো আহক: আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে, ছালৰ যত্ন লয় । শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে

আজি বিশ্ব শিশু দিৱস

প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয় । এই দিনটোত প্ৰতিটো শিশুৰ শিক্ষা, সুৰক্ষা, স্বাস্থ্য, সমতা আৰু বিশ্বজুৰি শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। শিশুসকলক লালন-পালন কৰা আৰু তেওঁলোকে লাভৱান

চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা

বনৌষধিসমূহ হ'ল প্ৰাকৃতিকভাৱে পুষ্টিকৰ, শক্তিশালী আৰু পুনৰুদ্ধাৰকাৰী গুণ থকা উপাদান । এই গুণসমূহৰ বাবে চুলিৰ যতন ল'বলৈ যুগ যুগ ধৰি বনৌষধি ব্যৱহাৰ কৰি থকা হৈছে। এই বনৌষধি সমূহৰ ব্যৱহাৰে আপোনাৰ চুলিকোচা মজবুত কৰি ৰাখে। আমলাৰ উপকাৰিতা-

জানো আহক ইলাচীৰ গুণাগুণৰ কথা

ইলাচীত প্রটিন কার্বহাইড্রেট, কলেষ্টেৰেল, কেলৰি, ফেটচ, ফাইবাৰ, ছডিয়াম, পটাছিয়াম, ক'পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন ডি আদি থাকে। ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে। অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত

শীতকালত আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখক

শীতকালে আপোনাৰ ছালখনক সমস্যাত পেলাব পাৰে, কিয়নো ঠাণ্ডা, শুকান বতাহৰ ফলত আপোনাৰ আপোনাৰ ছালৰ উজ্জলতা নোহোৱা হ'ব পাৰে আৰু আপোনাৰ ছালখন শুকান হৈও পৰিব পাৰে । ঠাণ্ডা দিনত আপোনাৰ ছালখন মসৃণ আৰু সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ কিছুমান টিপছ দিয়া

আজি ষঠ পূজা

আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী