Browsing Category
LIFESTYLE
আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই!-->…
সেউজীয়া শাক-পাচলিৰ উপকাৰিতা
আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন?
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে!-->!-->!-->…
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ।
২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ!-->!-->!-->…
আজি কিং কোহলীৰ জন্মদিন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট!-->!-->!-->…
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।
বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম!-->!-->!-->…
ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক
সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ!-->…
আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন
আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ!-->…
আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন
যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা পৰিবেশ কৰ্মী। মলাই তেখেতৰ উপনাম। ১৯৫৯ চনৰ ৩১ অক্টোৱৰ তাৰিখে যাদৱ পায়েঙে জন্মলাভ কৰিছিল । সেইসূত্ৰে আজি তেওঁৰ ৬৫ সংখ্যক জন্মদিন ।
তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ!-->!-->!-->…
আজি কাতি বিহু।
আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে!-->!-->!-->…
আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ
ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। !-->!-->!-->…