Browsing Category
HEALTH
আপোনাৰ স্বাস্থ্য, আমাৰ অগ্ৰাধিকাৰ
বাৰিষাৰ সময়ত উতলা পানী খোৱা আৰু বাহিৰৰ কটা ফল নোখোৱাটো অতি জৰুৰী। ইয়াৰ উপৰিও দৈনিক ৩০ মিনিট খোজ কাঢ়িলে ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।বাৰিষা কালত ডায়েৰিয়া আৰু ডেংগুৰ প্ৰকোপ বাঢ়ে। সাৱধান হ’বলৈ উতলা পানী খাওক, চাৰিওফাল!-->!-->!-->…
নিম ছালৰ বাবে অতি উপকাৰী!
আয়ুৰ্বেদত নিমক এক শক্তিশালী ঔষধি উদ্ভিদ হিচাপে বৰ্ণনা কৰা হৈছে। নিমত থকা বহুমুখী ঔষধি গুণে কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতেই নহয়, ছালৰ যত্নৰ বাবেও ইয়াক বিশেষ উপকাৰী কৰি তোলে। নিমৰ এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-ফাংগেল!-->!-->!-->!-->!-->…
“গেছৰ সমস্যা কমাবলৈ সহজতে কৰা ঘৰুৱা উপায়”
প্ৰতিদিনেই বহু লোকে গেছৰ সমস্যাত ভুগিব লাগে। যদিও ইয়াক সাধাৰণ যেন লাগে, ই দৈনন্দিন জীৱনশৈলীত একেবাৰে অসুবিধা জন্মায়। এই সমস্যা ভাগক কমাবলৈ খাদ্যাভ্যাস সলনি কৰাৰ লগতে, ৰুটিনৰ লগত জীবনৰ অভ্যাসতো উন্নত কৰা অত্যাবশ্যক। ইয়াৰ বাহিৰেও ঘৰত!-->!-->!-->…
“চিয়া ছীডছ স্বাস্থ্যকৰ, কিন্তু ভুল ব্যৱহাৰে কৰিব উপকাৰৰ সলনি ক্ষতি”
স্বাস্থ্য সচেতন লোকৰ মাজত চিয়া ছীডছৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে। ওমেগা–৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে পৰিপূর্ণ এই স্মুদি, দৈ, অটছ বা চালাডত সহজেই মিহলি কৰিব পৰা যায়। কিন্তু পুষ্টিবিদৰ মতে চিয়া ছীডছ খোৱা যেন তেনে!-->!-->!-->…
“তিঁয়হ ৰসৰ স্বাস্থ্য উপকাৰিতা আৰু সঠিক খোৱাৰ সময়”
গ্ৰীষ্মৰ তাপত গৰম কমাবলৈ আৰু শৰীৰক শীতল ৰাখিবলৈ ঘৰুৱা উপায়বোৰৰ ভিতৰত তিঁয়হৰ ৰস অতি জনপ্ৰিয়। ডাঃ উপাসনা বহৰাই কৈছে — “স্বাস্থ্যই মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াক সুস্থভাৱে বজাই ৰাখিবলৈ সঠিক খাদ্যাভ্যাস, নিয়মীয়া কৈ ব্যায়াম আৰু প্ৰাকৃতিক!-->…
ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?
ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত!-->…
শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?
ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ'ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ!-->…
আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস
প্ৰতি বছৰে ২৬ জুন তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। এই দিৱসৰ মূল উদ্দেশ্য হ'ল মাদক দ্ৰব্যৰ অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰা আৰু ড্ৰাগছৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলা। ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱসটোক!-->…
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ
যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ!-->…
গৰমক লৈ ৰে’ড এলাৰ্ট , বৃদ্ধি পাব পাৰে হীটষ্ট্ৰোক
জেঠমাহতে গৰমে দহিছে ৰাজ্যবাসীক। ঘৰৰ ভিতৰতো প্ৰচণ্ড গৰম ,বাহিৰতো ওলাব নোৱাৰা পৰিৱেশ ৷ এই অসহ্যকৰ গৰমৰ মাজতে জুৰিয়াত প্ৰাণ গ'ল এজনৰ । গৰমক লৈ ৰে’ড এলাৰ্ট ,বৃদ্ধি পাব পাৰে হীটষ্ট্ৰোক lভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এইবাৰ গৰমকলৈ জাৰি!-->…