Browsing Category

International

আজি CRPF ৰ ৮৭তম প্ৰতিষ্ঠা দিৱস

CRPF (চি.আৰ.পি.এফ.) হৈছে ভাৰত চৰকাৰৰ এক প্ৰধান কেন্দ্ৰীয় আৰক্ষী বাহিনী, যাৰ মুখ্য দায়িত্ব হৈছে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা বজাই ৰখা। ১৯৩৯ চনৰ ২৭ জুলাই তাৰিখে ব্রিটিছ চৰকাৰে ৰাজকীয় ৰাজ্যসমূহৰ ৰাজনৈতিক অস্থিৰতা আৰু অশান্তি সমাধানৰ প্ৰয়োজনত…

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় গণতান্ত্ৰিক নেতাৰূপে পৰিগণিত হ’ল নৰেন্দ্ৰ মোদী

মাৰ্কিন সংস্থাৰ ডেমক্ৰেটিক লীডাৰ এপ্ৰভেল ৰেটিং সমীক্ষাত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।বহুকেইজন ৰাষ্ট্ৰ নেতাৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭৫% ৰেটিং লাভ কৰি শীৰ্ষস্থান দখল…

২৬তম কাৰ্গিল বিজয় দিৱস: দেশৰ বীৰ জোৱানক স্মৰণ

২৬ জুলাই দিনটো ভাৰতৰ বাবে এক গৌৰৱময় দিন। ১৯৯৯ চনৰ এই দিনটোত ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত বিজয় অর্জন কৰিছিল। সেই বিজয়কেই স্মৰণ কৰিবলৈ প্ৰতি বছৰে ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। আজি দেশজুৰি ২৬তম কাৰ্গিল বিজয় দিৱস…

নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ…

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। অধিৱেশনৰ সময়ছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে নতুন দিল্লীৰ সংসদ ভৱনত…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা…

ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ

নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ…

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ…

মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা

বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা‌ দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক…

আজি মেঘালয় ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে মেঘালয় ভ্ৰমণৰ বাবে শিলচৰত উপস্থিত হয় । উন্নয়নমূলক পদক্ষেপসমূহ পৰ্যালোচনা কৰা, উদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাই আছিল তেওঁৰ এই…