Browsing Category
ASSAM
এবিধ মাৰাত্মক ভাইৰাছ
HANTAVIRUS নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা বাহিত এক ভাইৰাছ। হাণ্টাভাইৰাছ হৈছে এন্দুৰ বা নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা সংক্ৰমিত এক মাৰাত্মক ভাইৰাছ। ই মানুহৰ হাওঁফাওঁ আৰু বৃক্কত আক্ৰমণ কৰে। সংক্ৰমিত এন্দুৰৰ মল, মূত্ৰ বা লেলাউটি বতাহত মিহলি হৈ!-->!-->!-->…
এজোপা বিশেষ গছ ‘মাংকী পাজল’
প্ৰকৃতিৰ এক জটিল সাঁথৰ। ২,০০০ বছৰীয়া জীৱন্ত ইতিহাস।বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ চিলিত ব্যাপক অভিযান। প্ৰকৃতিৰ বুকুত লুকাই আছে বহু আচৰিত উপাদান।বিশ্বৰ এনে এবিধ আচৰিত উদ্ভিদ, যি প্ৰায় ২,০০০ বছৰ পৰ্যন্ত জীয়াই থাকে। চিলিৰ ৰাষ্ট্ৰীয় গছ!-->!-->!-->…
এবিধ সৰু বনৌষধি, যাৰ আছে বহু স্বাস্থ্যগুণ
পোক-পতংগ আঁতৰাই ৰখাত সহায় কৰে এই পাতে।আমাৰ ঘৰৰ চোতালত সহজে পোৱা এবিধ সেউজীয়া গছ—তুলসী। হিন্দু পৰম্পৰাত পৱিত্ৰ উদ্ভিদ হিচাপে পূজিত এই গছজোপা আয়ুৰ্বেদতো এক গুৰুত্বপূৰ্ণ বনৌষধি। বহু পৰিয়ালে এতিয়াও সৰু-সুৰা স্বাস্থ্য সমস্যাত তুলসীৰ!-->!-->!-->…
দেউতাকে নাজানে নীট পৰীক্ষা মানে কি?
দেউতাকে নাজানে নীট পৰীক্ষা মানে কি?পুত্ৰই ৫০২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে নীট পৰীক্ষাত।তাৰ পাছতেই হাহি বিৰিঙিছে এইজন দেউতাকৰ মুখত।নীট পৰীক্ষা কি নজনা দেউতাকে মাত্ৰ জানে সন্তানক ভালকৈ পঢ়াব লাগে।তাৰ পাছতেই ঘৰখনলৈ নামি আহিল সুখৰ!-->!-->!-->…
দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা
মনস্তাত্বিক ৰোগত আক্ৰান্ত হৈ পৰিছে দেশৰ তৰুণ-তৰুণী।দুশ্চিন্তা-অৱসাদ,নিচাৰ গৰাহত প্ৰায় ৫.৪ কোটি আক্ৰান্ত।মানসিক ৰোগত আক্ৰান্ত হৈ পৰিছে ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ল’ৰা-ছোৱালী দেশত এতিয়া নীৰৱে সংগোপনে শিপাইছে এক গভীৰ সংকটে।এই সংকট কোনো শাৰীৰিক!-->!-->!-->…
দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা
দেশত দিনক-দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। মূল্যবৃদ্ধিৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিবনুৱা। দেশত এফালে মূল্যবৃদ্ধিৰ কোব, আনফালে নিবনুৱাৰ বৃদ্ধি—দ্বিমুখী সংকটত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰে সাধাৰণ!-->!-->!-->…
ঐতিহাসিক উৎসৱ ৰথ যাত্ৰা
ভাৰতৰ অন্যতম পৱিত্ৰ আৰু ঐতিহাসিক উৎসৱ ৰথ যাত্ৰা।ৰথ যাত্ৰা হৈছে শ্ৰীজগন্নাথ দেৱ, বলভদ্ৰ আৰু সুভদ্ৰাৰ পৱিত্ৰ যাত্ৰা। এই উৎসৱ বিশেষকৈ ওড়িশাৰ পুৰী ধামত অতি ধুমধামে পালন কৰা হয়। এই দিনা তিনিওজন দেৱ-দেৱীক সুন্দৰকৈ সজোৱা বিশাল কাঠৰ ৰথত!-->!-->!-->…
এবিধ বতৰিয়া ফল যাৰ আছে বহুতো গুণ
জলফাই হৈছে এণ্টিঅক্সিডেণ্টসমৃদ্ধ ফল। ইয়াত যথেষ্ট ভিটামিন ই থাকে। এই উপাদানবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী বহুগুণে বৃদ্ধি কৰে।কৰ্কট ৰোগৰ পৰা হাড়ৰ ক্ষয়িষ্ণুতা প্ৰতিহত কৰালৈ।জলফাই হৈছে বহুতো জটিল ৰোগৰ বাবে উৎকৃষ্ট মহৌষধ।চিকিৎসকৰ!-->!-->!-->!-->!-->…
বহুতো গুণসম্পন্ন এবিধ পাত নিমপাত
নিমপাতৰ আছে বহু উপকাৰিতা। নিমপাতৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ দিয়ে বহুতো আয়ুৰ্বেদিক ডাক্তৰ। নিম গছ এবিধ ঔষধি গছ হিচাপে সমাজত পৰিচিত। বিভিন্ন গৱেষণাত নিম গছৰ ঔষধি গুণৰ বিষয়ে উল্লেখ আছে। আমাৰ ছালৰ যদি খজুৱতি হয় তেতিয়া নিমপাত!-->!-->!-->!-->!-->…
বিপদৰ সংকেট ধ্বনি,ফুটি যাব পাৰে জলবোমা
বিপদৰ সংকেট ধ্বনি বাজি উঠিল সোমবাৰে। ফুটি যাব পাৰে জলবোমা…সতৰ্ক কৰি দিলে জনসাধাৰণক। পূৰ্বৰে পৰা আশংকা কৰা হৈছিল ,নদীবান্ধ নহয়, জলবোমা হ’ব নামনি সোৱণশিৰি নদীবান্ধ। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা!-->!-->!-->…