Browsing Category

International

মাত্ৰ পাঁচটা অভ্যাসে আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰে

মাত্ৰ পাঁচটা অভ্যাসে আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰেগঢ়ি তোলক এই পাঁচটা অভ্যাস৷ এই অভ্যাস গঢ়িলে আপোনাৰ শৰীৰ হৈ থাকিব সুস্থ৷ এই প্ৰতিবেদনযোগে জনাম কি কি অভ্যাস গঢ়িলে আপুনি সুস্থ হৈ থাকিব আমি আমাৰ ব্যক্তিগত জীৱনৰ লগতে নতুন বছৰত নিজৰ…

AIIMS স্থাপনৰ আঁৰৰ মহিলা

ৰাজপৰিয়ালৰ পৰা স্বাধীনতা সংগ্ৰামলৈ।"ৰাজকুমাৰী অমৃত কৌৰ" আপুনি জানেনে, স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী এগৰাকী মহিলা আছিল? আৰু তেৱেঁই দেশত প্ৰথম অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS স্থাপনৰ পথ প্ৰশস্ত কৰিছিল? আমি…

উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক জয় কৰা ৰুৱাল আমুন্সেনৰ কাহিনী

কোন এই ৰুৱাল আমুন্সেন ? দৰ্শকসকল আজি আপনালোক বাবে লৈ আহিছো ৰুৱাল আমুন্সেনৰ কাহিনী । পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ উভয় মেৰুত সৰ্বপ্ৰথমে উপস্থিত হোৱা বিশ্বৰ প্ৰথমজন অভিযাত্ৰী আছিল ৰুৱাল আমুন্সেন l পৃথিৱীৰ দুয়োটা মেৰু, উত্তৰ মেৰু আৰু…

পিতৃৰ আৱেগিক সমৰ্থন আৰু বিশ্বাসৰ প্ৰতিদান পুত্ৰৰ

এবছৰৰ দৰমহা জমা কৰি নিজ সন্তানক আমেৰিকালৈ পঠাইছিল পিতৃয়ে। পিতৃয়ে পুত্ৰক লৈ দেখিছিল নানা ৰঙী সপোন। পিতৃৰ সপোনক বাস্তৱত ৰূপায়িত কৰা কোন এইজন সফল পুত্ৰ। এইজনেই হৈছে ভাৰতীয় মূলৰ প্ৰখ্যাত ব্যৱসায়ী তথা গুগলৰ মুখ্য কাৰ্য্যবাহী…

হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ

অট্টালিকাটোৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ২ কোটি ইউৰো। অষ্ট্ৰিয়াই তীৰ্থস্থানত পৰিণত হোৱাৰ আশংকা ৰোধ কৰিবলৈ এড'লফ হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৮৮৯ চনত জাৰ্মান স্বৈৰাচাৰী শাসক এড'লফ হিটলাৰৰ…

এবিধ মাৰাত্মক ভাইৰাছ

HANTAVIRUS নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা বাহিত এক ভাইৰাছ। হাণ্টাভাইৰাছ হৈছে এন্দুৰ বা নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা সংক্ৰমিত এক মাৰাত্মক ভাইৰাছ। ই মানুহৰ হাওঁফাওঁ আৰু বৃক্কত আক্ৰমণ কৰে। সংক্ৰমিত এন্দুৰৰ মল, মূত্ৰ বা লেলাউটি বতাহত মিহলি হৈ…

বিপদৰ সংকেট ধ্বনি,ফুটি যাব পাৰে জলবোমা

বিপদৰ সংকেট ধ্বনি বাজি উঠিল সোমবাৰে। ফুটি যাব পাৰে জলবোমা…সতৰ্ক কৰি দিলে জনসাধাৰণক। পূৰ্বৰে পৰা আশংকা কৰা হৈছিল ,নদীবান্ধ নহয়, জলবোমা হ’ব নামনি সোৱণশিৰি নদীবান্ধ। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা…

ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান

২০২৬ চনৰ ৭ জুলাইত ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান "Bintang Republik Indonesia Adipurna" প্ৰদান কৰা হয়। এই সন্মান জাকাৰ্টাত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বন্ধুত্ব, কৌশলগত অংশীদাৰিত্ব, বাণিজ্য,…

অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা

গুৱাহাটীৰ পশ্চিম প্ৰান্তত শান্ত সমাহিত নীলাচল পাহাৰৰ সেউজীয়া বুকুত যুগে যুগে দীপ্তিমান হৈ আছে ভাৰতবৰ্ষৰ অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা মন্দিৰ। ই কেৱল ইটাৰে গঁথা এক মন্দিৰ নহয়; ই বিশ্বাসৰ দীপশিখা, শক্তিৰ…

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কিন্তু সেই অসম ভ্ৰমণসূচী বাতিল কৰিছে জাপানৰ প্ৰধামন্ত্ৰীত্ব গৰাকীয়ে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়…