অৰুণাচল প্ৰদেশৰ ঘন অৰণ্যৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটালৈ

পদ্মশ্ৰী বঁটা প্ৰাপক য়ানুং জামোহ লেগোৰ থলুৱা চিকিৎসা পদ্ধতি।পৰম্পৰাগত বনৌষধিৰে চিকিৎসা কৰি হাজাৰ হাজাৰ লোকক আৰোগ্য।অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ বাসিন্দা য়ানুং জামোহ লেগো নামৰ মহিলাগৰাকীয়ে আদি জনজাতিৰ পৰম্পৰাগত বনৌষধি জ্ঞান

পিতৃৰ আৱেগিক সমৰ্থন আৰু বিশ্বাসৰ প্ৰতিদান পুত্ৰৰ

এবছৰৰ দৰমহা জমা কৰি নিজ সন্তানক আমেৰিকালৈ পঠাইছিল পিতৃয়ে। পিতৃয়ে পুত্ৰক লৈ দেখিছিল নানা ৰঙী সপোন। পিতৃৰ সপোনক বাস্তৱত ৰূপায়িত কৰা কোন এইজন সফল পুত্ৰ। এইজনেই হৈছে ভাৰতীয় মূলৰ প্ৰখ্যাত ব্যৱসায়ী তথা গুগলৰ মুখ্য কাৰ্য্যবাহী

ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ কাহিনী

নাম ডাঃ আনন্দীবাই যোশী।আমাৰ সমাজত চিকিৎসকক ভগৱানৰ সমান মৰ্যাদা দিয়া হয়, নহয় নে ? যিকোনো ৰোগ-বেমাৰত আমি প্ৰথমে চিকিৎসকৰ ওপৰতেই ভৰসা কৰোঁ, তাৰ পিছতহে ভগৱানক স্মৰণ কৰোঁ। সেয়ে চিকিৎসকসকলৰ এই অমূল্য অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ১

ডেংগু ভেকচিন

অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন। যদি আপুনিও প্ৰতিবছৰ বাৰিষা আহিলেই ডেংগুৰ আতংকত ভুগে, তেন্তে আপোনাৰ বাবে আছে এক অতি সুখবৰ। অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন। বাৰিষাৰ বতৰত ম'হৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ লগে লগে

মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে উপকাৰী এবিধ বনৌষধি

স্মৃতিশক্তি বৃদ্ধি কৰাত সহায়ক ব্ৰাহ্মী।ঘৰে ঘৰে সহজে পোৱা ব্ৰাহ্মীৰ আছে বহু ঔষধি গুণ।বহু ঔষধি গুণেৰে সমৃদ্ধ এবিধ বনৌষধি হৈছে ব্ৰাহ্মী। আয়ুৰ্বেদত বহু শতিকা ধৰি ব্ৰাহ্মীক স্মৃতিশক্তি আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায়ক বনৌষধি হিচাপে

আপুনি কৃত্ৰিম ছ’ডা খাই নেকি!

পৰম্পৰাগত কলখাৰ আঁকোৱালি ললে সু স্বাস্থ্য হৈ থাকিব আপুনিও। অসমীয়া খাদ্য সংস্কৃতিৰ কথা ক’বলৈ গ’লেই প্ৰথমেই মনলৈ আহে খাৰৰ কথা। যাৰ বাবেই আমাক ‘খাৰখোৱা অসমীয়া’ বুলিও জনা যায়। কিন্তু আপুনি জানেনে, আমাৰ পৰম্পৰাগত থলুৱা পদ্ধতিৰে ভীমকলৰ পৰা

অসমৰ গৌৰৱ, বিশ্ববিখ্যাত সোণালী ৰেচম—মুগা

সংস্কৃতি আৰু আত্মপৰিচয়ৰ এক জীৱন্ত প্ৰতীক। অসমতেই স্বাভাৱিকভাৱে উৎপাদিত এই অনন্য ৰেচম—মুগা ৰাজ্যখনৰ পৰম্পৰা, সংস্কৃতি আৰু অৰ্থনীতিৰ এক বিশেষ পৰিচয় । সোণালী আভা, প্ৰাকৃতিক উজ্জ্বলতা আৰু দীঘলীয়া স্থায়িত্ব—এই তিনিটা বিশেষ গুণৰ বাবে

হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ

অট্টালিকাটোৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ২ কোটি ইউৰো। অষ্ট্ৰিয়াই তীৰ্থস্থানত পৰিণত হোৱাৰ আশংকা ৰোধ কৰিবলৈ এড'লফ হিটলাৰৰ জন্মস্থানক আৰক্ষী থানালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৮৮৯ চনত জাৰ্মান স্বৈৰাচাৰী শাসক এড'লফ হিটলাৰৰ

প্ৰকৃতিৰ সোনালী ঔষধ কেঁচা হালধি

ইয়াত আছে কাৰকিউমিন নামৰ এক শক্তিশালী উপাদান।হালধি হৈছে এনে এক মছলা যিটো শতক শতক জুৰি ভাৰতীয় পাকঘৰত এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে, বিশেষকৈ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে,আমাৰ পাকঘৰত সহজে পোৱা এই সোনালী মছলাবিধ কেৱল খাদ্যৰ সোৱাদ আৰু ৰং

এবিধ মাৰাত্মক ভাইৰাছ

HANTAVIRUS নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা বাহিত এক ভাইৰাছ। হাণ্টাভাইৰাছ হৈছে এন্দুৰ বা নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা সংক্ৰমিত এক মাৰাত্মক ভাইৰাছ। ই মানুহৰ হাওঁফাওঁ আৰু বৃক্কত আক্ৰমণ কৰে। সংক্ৰমিত এন্দুৰৰ মল, মূত্ৰ বা লেলাউটি বতাহত মিহলি হৈ